সমৰ কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
(ইংৰাজী:Karate)একেধাৰে দেহতত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শণ আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমুহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম '''কাৰাটে'''ৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল।
===[[টাইকোৱানড']]===
(ইংৰাজী:Taekwondo)। এইবিধ বৰ্তমান বিশ্বত জনপ্ৰিয় হোৱা আন এবিধ সমৰ কলা। কোৰিয়াত জন্ম হোৱা এই কলাত কাৰাটে অৰু কুংফুৰ লগতে কোৰিয়াৰ স্থানীয় সমৰ কলাৰ কলা-কৌশলৰ সমাহাৰ দেখা যায়।
 
===[[কিক্‌ বক্সীং]]===
(ইংৰাজী: Kickboxing)
"https://as.wikipedia.org/wiki/সমৰ_কলা"ৰ পৰা অনা হৈছে