ৰাধা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox deity
ৰাধা (Hindi: राधा) হ'ল ভগৱান শ্রীকৃষ্ণৰ প্রেয়সী ,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্রেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্রকৃতি বুলি অভিহিত কৰা হৈছে। বহ্মবৈৱৰ্ত পুৰাণ আৰু দেৱীভাগৱতৰ মতে ৰাধাৰ সৃষ্টি ভগৱান কৃষ্ণৰ শৰীৰৰ বাওঁভাগৰ পৰা হয় আৰু সেই ৰাধায়েই দ্বাপৰ যুগত বিষভানুৰ পুত্রী ৰুপে জন্ম গ্রহণ কৰে;ৰাধাৰ পৰাই লক্ষ্মী আৰু সৰস্বতীৰ আৰ্ভিভাব হ'ল। অবশ্যে বহুতো গ্রন্থত লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ জন্ম বুলি উল্লেখ আছে।
| type = Hindu
| Image = Radhamadhava.JPG
| alt = Radha
| Caption = Goddess Radha on the left side of lord [[Krishna]]
| Sanskrit_Transliteration = Rādhā
| Devanagari = राधा
| Kannada = Radhika
| Pali_Transliteration = Ramhala Vahvi
| Affiliation = Life energy of Krishna
Beloved and the most favorite gopi of Krishna
| Abode = [[Goloka]], [[Barsana]], [[Vrindavan]], Braj Dham
| Mantra = Om Radhikaya Jivenam Namah, Radhavallabh Shri Harivansha Shri Vrindavan Shri Van Chandra, Radhe-Radhe
| Mount = Peacock, Lotus
| Texts = [[Brahma Vaivarta Purana|Brahmavaivarta Purāṇa]], [[Radhikopanishad]], [[Devi Bhagvat]], [[Radharas sudhanidhi]], [[Skanda Purana|Skanda Purāṇa]]
| mother = Kirti Devi
| father = Vrishbhanu Gopa
| Symbol = Lotus, Tulsi leaf
}}
 
'''ৰাধা''' (Hindi[[International Alphabet of Sanskrit Transliteration|IAST]]: ''Rādhā'', [[হিন্দী]]: ''राधा'' ) হ'ল ভগৱান শ্রীকৃষ্ণৰ প্রেয়সী ,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্রেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্রকৃতি বুলি অভিহিত কৰা হৈছে। বহ্মবৈৱৰ্ত পুৰাণ আৰু দেৱীভাগৱতৰ মতে ৰাধাৰ সৃষ্টি ভগৱান কৃষ্ণৰ শৰীৰৰ বাওঁভাগৰ পৰা হয় আৰু সেই ৰাধায়েই দ্বাপৰ যুগত বিষভানুৰ পুত্রী ৰুপে জন্ম গ্রহণ কৰে;ৰাধাৰ পৰাই লক্ষ্মী আৰু সৰস্বতীৰ আৰ্ভিভাব হ'ল। অবশ্যে বহুতো গ্রন্থত লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ জন্ম বুলি উল্লেখ আছে।
 
==অন্য নাম==
* ৰাধিকা
* ৰাধাৰাণী
* ৰাধে
 
==নামৰ অৰ্থ==
সংস্কৃত শব্দ [[ৰাধা]]ৰ ([[সংস্কৃত]]:राधा) অৰ্থ হ'ল “ভাগ্যবান, সফল” । <ref>Leza Lowitz, Reema Datta (2009) "Sacred Sanskrit Words", p.156</ref>
"https://as.wikipedia.org/wiki/ৰাধা"ৰ পৰা অনা হৈছে