লিয়েণ্ডাৰ পেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox sportsperson |name = লিয়েণ্ডাৰ পেজ<br> Leander Paes |image = Paes WM13-009 (94955606... |
|||
42 নং শাৰী:
১৯৮৫ চনত লিয়েণ্ডাৰে মাদ্ৰাজৰ ব্ৰিটেনিয়া টেনিচ একাডেমীত যোগদান কৰে। তেওঁ পেশাদাৰী টেনিচ খেলুৱৈ হিচাপে ১৯৯১ চনত প্ৰথমে আত্মপ্ৰকাশ কৰে । ১৯৯১ চনত লিয়েণ্ডাৰ পেজ ইউএচ অপেন আৰু জুনিয়ৰ উইম্বলেডনত জয় লাভ কৰে। ১৯৯২ চনত তেওঁ '''ৰমেশ কৃষ্ণন'''ৰ লগত বাৰ্চিলনা অলিম্পিকৰ দ্বৈত প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত আগ বাঢ়ে। ১৯৯৬ চনৰ আটলান্টা অলিম্পিকত '''ফাৰ্নান্দ মেলিজেনি'''ক পৰাজিত কৰি ব্ৰঞ্জ পদক লাভ কৰে। সেই বছৰ তেওঁ ৱৰ্ল্ড জুনিয়ৰ ৰেংকিংত প্ৰথম স্থান পায়ো। উইম্বলডন জুনিয়ৰ খিতাপ জয়ে পেজক আন্তৰ্জাতিক পৰিচিতি প্ৰদান কৰে। [[মহেশ ভূপতি|মহেশ ভূপতিৰ]] লগত তেওঁ বিশ্ব ডাবলচ টেনিচত দীৰ্ঘসময় প্ৰথম স্থান ধৰি ৰাখে।
ভাৰতৰ অন্যতম অনন্য ক্রীড়াব্যক্তিত্ব হিচাপে তেওঁক দেশৰ সৰ্বোচ্চ ক্রীড়া সন্মান [[ৰাজীৱ গান্ধী
== গ্ৰেণ্ড শ্লাম খিতাপ ==
===পুৰুষৰ ডাবলচ বিভাগ===
|