মায়াৱতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"मायावती" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
1 নং শাৰী:
{{stub}}
'''মায়াৱতী '''হ'ল [[ভাৰত]]ৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে [[উত্তৰ প্ৰদেশ]]ৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও [[বহুজন সমাজ পাৰ্টী]] (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু [[ভাৰতীয় জনতা পাৰ্টী]]ৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।
 
{{Infobox officeholder
| name = মায়াৱতী
| native_name = मायावती
| native_name_lang = [[হিন্দী]]
| honorific-prefix = কুমাৰী
| honorific-suffix = সাংসদ
| birth_name = মায়াৱতী প্ৰভু দাস
| image = [[File:Mayawati (cropped).jpg|200px]]
| caption = এখন সংবাদমেলত অংশগ্ৰহণ কৰা মূহুৰ্তত মায়াৱতী
| office = National president of the [[Bahujan Samaj Party]]
| predecessor = কাঞ্চীৰাম
| term_start = ১৮ চেপ্তেম্বৰ ২০০৩
| term_end =
| office1 = [[উত্তৰ প্ৰদেশ]]ত ৰাজ্যসভাৰ সাংসদ
| term_start1 = ৩ এপ্ৰিল ২০১২
| constituency1 = [[উত্তৰ প্ৰদেশ]]
| office2 = [[উত্তৰ প্ৰদেশ]]ৰ ১৭ম মুখ্যমন্ত্ৰী
| constituency2 = হাৰোৰা
| term_start2 = ৩ জুন ১৯৯৫
| term_end2 = ১৮ অক্টোবৰ ১৯৯৫
| predecessor2 = মুলায়ম সিং যাদৱ
| successor2 = ৰাষ্ট্ৰপতিৰ শাসন
| constituency3 = হাৰোৰা
| term_start3 = ২১ মাৰ্চ ১৯৯৭
| term_end3 = ২১ চেপ্তেম্বৰ ১৯৯৭
| predecessor3 = ৰাষ্ট্ৰপতিৰ শাসন
| successor3 = কল্যাণ সিং
| term_start4 = ৩ মে ২০০২
| term_end4 = ২৯ আগষ্ট ২০০৩
| predecessor4 = ৰাষ্ট্ৰপতিৰ শাসন
| successor4 = মুলায়ম সিং যাদৱ
| term_start5 = ১৩ মে ২০০৭
| term_end5 = ৭ মে ২০১২
| predecessor5 = মুলায়ম সিং যাদৱ
| successor5 = অখিলেশ যাদৱ
| birth_date = {{birth date and age|df=yes|1956|01|15}}
| birth_place = [[দিল্লী|নতুন দিল্লী]]
| death_date =
| death_place =
| party = [[বহুজন সমাজ পাৰ্টী]]
| residence = [[লক্ষ্ণৌ]]
| occupation =ৰাজনীতিজ্ঞ
| alma_mater =
{{plainlist |
* [[দিল্লী বিশ্ববিদ্যালয়]]
* [[মীৰুট বিশ্ববিদ্যালয়]]
}}
| religion = [[হিন্দু]]<ref name="hindudalit1"/><ref name="hindudalit2"/>
| signature =
| website =
| footnotes =
| blank1 =
}}
 
 
'''মায়াৱতী '''হ'ল [[ভাৰত]]ৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে [[উত্তৰ প্ৰদেশ]]ৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও [[বহুজন সমাজ পাৰ্টী]] (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু [[ভাৰতীয় জনতা পাৰ্টী]]ৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।
 
== ব্যক্তিগত জীৱন ==
Line 14 ⟶ 69:
 
== বাহ্যিক সংযোগ ==
* [http://164.100.24.167:8080/members/website/Biodata.asp?no=1511 আনুষ্ঠানিক বায়'ডাটা]
 
* [https://www.facebook.com/BehenMayawati মায়াৱতীৰ ফেচবুক পৃষ্ঠা]
* [http://www.bspindia.org/ বহুজন সমাজ পাৰ্টী]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
"https://as.wikipedia.org/wiki/মায়াৱতী"ৰ পৰা অনা হৈছে