মতিলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"मोतीलाल नेहरू" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
1 নং শাৰী:
{{Infobox politician
[[চিত্ৰ:Motilal_nehru.jpg|right|thumb|200x200px]]
| honorific-prefix = পণ্ডিত
| honorific-suffix =
| image= Motilal nehru.jpg
| office = [[কংগ্ৰেছ অধ্যক্ষ]]
| leader =
| term_start = ১৯১৯
| term_end = ১৯২০
| predecessor = [[চৈয়দ হাছান ইমাম]]
| successor = [[লালা ৰাজপত ৰায়]]
| office2 = [[কংগ্ৰেছ অধ্যক্ষ]]
| term_start2 = ১৯২৮
| term_end2 = ১৯২৯
| leader2 =
| predecessor2 = [[মুখটাৰ আহমেদ আনছাৰি]]
| successor2 = [[জৱাহৰলাল নেহৰু]]
| parents = [[গংগাধৰ নেহৰু]] আৰু জীৱৰাণী
| birth_date = {{Birth date|df=yes|1861|05|06}}
| birth_place =[[আগ্ৰা]],<ref name="congressbio">{{citation | title=Past Presidents- Pandit Motilal Nehru | url=http://www.congress.org.in/new/past-president-detail.php?id=29}}</ref> [[British India]]
| death_date = {{Bdage||1861|05|06|1931|02|06|yes}}
| death_place = [[লক্ষ্ণৌ]], ব্ৰিটিছ ভাৰত
| nationality = ভাৰতীয়
| spouse = ভোনাশ্বুৰী<br>স্বৰূপ ৰাণী থুচ্চু
| party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ|ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|relations =
| children = [[জৱাহৰলাল নেহৰু]]<br>[[বিজয়লক্ষ্মী পণ্ডিত]]<br>[[কৃষ্ণা]]
| residence =
| alma_mater = [[কেম্ব্ৰিজ বিশ্ববিদ্যালয়]]
| occupation = বেৰিষ্টাৰ<br>Activist
| profession =
| religion = [[হিন্দু]]
| signature =
| website =
| footnotes =
}}
 
'''মোতিলাল নেহৰু''' (জন্ম: ৬ মে ১৮৬১ – মৃত্যু: ৬ ফেব্ৰুৱাৰী ১৯৩১)আছিল [[এলাহাবাদ]]ৰ এজন বিখ্যাত উকীল। তেখেত [[ভাৰত]]ৰ প্ৰথম প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৰ পিতৃ আছিল। তেঁও ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল।
 
Line 5 ⟶ 40:
 
== জীৱনী ==
মোতিলাল নেহৰুৰ জন্ম আগ্ৰাত হৈছিল। তেঁওৰ পিতৃৰ নাম আছিল গংগাধৰ।গংগাধৰ নেহৰু। পাশ্চাত্যত শিক্ষা লাভ কৰা গুণী-মানী ভাৰতীয় সকলৰ ভিতৰত তেখেতো আছিল। তেখেতে এলাহাবাদৰ মুইৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও বি.এ.ৰ অন্তিম পৰীক্ষা দিব নোৱাৰিলে। পাছলৈ তেখেতে কেম্ব্ৰীজৰ পৰা "বাৰ এট্ ল" উপাধি গ্ৰহণ কৰে আৰু ইংৰাজী ন্যায়ালয়সমূহত উকীল হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
 
মোতিলাল নেহৰুৰ পত্নীৰ নাম আছিল স্বৰুপ ৰানী। [[জৱাহৰলাল নেহৰু]] তেখেতৰ একমাত্ৰ পুত্ৰ আছিল। তেখেতৰ দুজনী জীয়ৰীও আছিল। ডাঙৰজনীৰ নাম আছিল বিজয়লক্ষ্মী যি আগলৈ বিজয়লক্ষ্মী পণ্ডিত নামেৰে বিখ্যাত হয় আৰু সৰুজনীৰ নাম আছিল কৃষ্ণা যি পাছলৈ কৃষ্ণা হঠীসিং নামেৰে পৰিচিত হয়। 
Line 13 ⟶ 48:
মোতিলাল নেহৰুৱে এলাহাবাদত এটা বিলাসী গৃহ নিৰ্মাণ কৰিছিল যাৰ নাম '''''আনন্দ ভৱন ''' ''ৰাখিছিল। ইয়াৰ পাছত তেখেতে নিজৰ পুৰণি ঘৰ '''''স্বৰাজ ভৱন '''''কংগ্ৰেছ দলক প্ৰদান কৰিছিল।
 
== মৃত্যু ==
১৯৩১ চনত এলাহাবাদত মোতিলাল নেহৰুৰ মৃত্যু হৈছিল।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
== বাহ্যিক সংযোগ ==
 
[[শ্ৰেণী:জীৱনী]]
 
[[শ্ৰেণী:ৰাজনীতিবিদ]]
 
== বাহ্যিক সংযোগ ==