কৰ্কট ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 112 interwiki links, now provided by Wikidata on d:q12078 (translate me)
15 নং শাৰী:
== কৰ্কট ৰোগ মানে কি ==
মানুহ তথা সকলো প্ৰাণীৰ দেহ কোষেৰে তৈয়াৰী। এক নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কোষবোৰ মৰি যায় আৰু তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম হয়। কিন্তু কেতিয়াবা কোনো কাৰণত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰে আৰু টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (malignant। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়। বিস্তাৰিত ভাবে কবলৈ হ'লে, অনিয়ন্ত্ৰিতভাবে বৃদ্ধি পোৱা কোষবোৰক নিয়োপ্লাষ্টিক কোষ বোলা হয়। নিয়োপ্লাষ্টক কোষে আশে-পাশে থকা কলাক (tissue) ভেদ কৰিব নোৱাৰিলে তাক নিৰিহ বা বেনাইন টিউমাৰ বোলে আৰু ভেদ কৰিব পৰা ক্ষমতা থকা কোষবোৰক মেলিগনেণ্ট টিউমাৰ বা বোলে। বহু কৰ্কট ৰোগ প্ৰথমে বেনাইন হিচাপে আৰম্ভ হৈ পাছলৈ মেলিগনেণ্টলৈ পৰিৱৰ্তন হয়।জন্
 
#দেহত থকা তিলৰ (mole) অস্বাভাৱিক পৰিৱৰ্তন
== কৰ্কট ৰোগৰ সাধাৰণ লক্ষণ ==
[[চিত্ৰ:Symptoms of cancer metastasis.svg|thumb|কৰ্কট ৰোগৰ লক্ষণসমূহ টিউমাৰ হোৱা স্থানৰ ওপৰত নিৰ্ভৰ কৰে]]দুশতকৈয়ো অধিক প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমুহো ভিন-ভিন। কেইটামান সাধাৰণ লক্ষণ<ref>{{cite web | url=http://cancerhelp.cancerresearchuk.org/about-cancer/causes-symptoms/possible-symptoms-of-cancer | title=Possible symtoms of cancer | accessdate=January 09, 2012}}</ref> এনেধৰণৰ-
#স্তনকে ধৰি শৰীৰৰ কোনো ঠাইত টেমুনা উঠা
#দেহত থকা তিলৰ (mole) অস্বাভাৱিক পৰিৱৰ্তন
#নিৰাময় নোহোৱা কাহ বা মাত ভগা
#শৌচাচাৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন- অত্যাধিক পনীয়া শৌচ হোৱা বা কোষ্ঠকাঠিন্যত ভোগা
"https://as.wikipedia.org/wiki/কৰ্কট_ৰোগ"ৰ পৰা অনা হৈছে