জিন-পিয়েৰী চাওভেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing Catenane_ChemComm_244_1985.jpg with File:Catenane_ChemComm_244_1985.png (by CommonsDelinker because: PNG version).
1 নং শাৰী:
[[Image:Catenane ChemComm 244 1985.png|thumbnail|250px| চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা কেটেনৰ স্ফটিক ৰচনা,১৯৮৫, ২৪৪-২৪৭]]
[[Image:Molecular Knot RecTravChimPays-Bas 427 1993 commons.jpgpng|thumbnail|250px| চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা দুটা কপাৰ(I) অণুৰ সৈতে আণৱিক ত্ৰীফইল গাঁঠি]]
'''জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage)''' (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ।
তেওঁ ছাৰ [[জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট]] আৰু [[ বেৰনাৰ্ড লুকাছ ফেৰীনগা]]ৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ [[ৰসায়ন বিজ্ঞান]]ৰ [[নোবেল বঁটা]] লাভ কৰে।<ref name="NP-20161005">{{cite news |author=Staff |title=The Nobel Prize in Chemistry 2016 |url=http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2016/press.html |date=5 October 2016 |work=[[Nobel Foundation]] |accessdate=5 October 2016 }}</ref><ref name="NYT-20161005">{{cite news |last1=Chang |first1=Kenneth |last2=Chan |first2=Sewell |title=3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry |url=http://www.nytimes.com/2016/10/06/science/nobel-prize-chemistry.html |date=5 October 2016 |work=[[New York Times]] |accessdate=5 October 2016 }}</ref>