কুৱেইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

60 নং শাৰী:
 
খাৰুৱা তেলৰ সঞ্চিত ভাণ্ডাৰৰ ভিতৰত কুৱেইট বিশ্বৰ ভিতৰতে পঞ্চম। সেইদৰে জনমূৰী আয়ৰ হিচাপত ই বিশ্বৰ একাদশ স্থানৰ ধনী দেশ। কুৱেইটত তেলৰ সন্ধান আৰু শোধনৰ প্ৰক্ৰিয়া ১৯৩০ চনৰ পৰা আৰম্ভ কৰা হৈছিল। ১৯৬১ চনত যুক্তৰাষ্ট্ৰৰ পৰা স্বাধীন হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশ খনৰ ৯৫ শতাংশ ৰপ্তানি আৰু ৮০ শতাংশ চৰকাৰী ৰাজস্ব তেল আৰু তেলৰ পৰা উৎপাদিত বস্তুৰ পৰায়ে আহে।
 
== ৰাজনীতি ==
[[File:Utzon Kuwait National Assembly.jpg|thumb|300px|কুৱেইটৰ জাতীয় সভাৰ ভৱন ]]
কুৱেইট এখন সাংবিধানিক অৰ্ধ গণতান্ত্ৰিক আমিৰাত।<ref name=wsjo>{{cite web|work=[[Wall Street Journal]]|title=Kuwait's Democracy Faces Turbulence |url=http://www.wsj.com/articles/SB123911916184897231 |accessdate=12 March 2016}}</ref><ref>{{cite journal|last=Selvik|first=Kjetil|title=Elite Rivalry in a Semi-Democracy: The Kuwaiti Press Scene|journal=Middle Eastern Studies|date=2011|page=478|url=http://www.academia.edu/2904861/Elite_Rivalry_in_a_Semi-Democracy_The_Kuwaiti_Press_Scene}}</ref><ref>{{cite web|work=[[Bertelsmann Foundation]] |title=Kuwait Country Report |url=https://www.bti-project.org/de/4579/laenderberichte/detail/itc/kwt/ity/2010/itr/mena/}}</ref><ref>{{cite news|url=http://www.nytimes.com/2008/05/06/world/middleeast/06kuwait.html?pagewanted=print&_r=0|title=In Democracy Kuwait Trusts, but Not Much|work=[[New York Times]]|author=Robert F. Worth|accessdate=12 March 2016}}</ref> আমিৰ কুৱেইটৰ ৰাষ্ট্ৰপ্ৰধান তথা চৰকাৰ প্ৰধান। এই সংকৰ ৰাজনৈতিক তন্ত্ৰ নিৰ্বাচিত সাংসদ আৰু চৰকাৰৰ দ্বাৰা নিয়োজিত বিষয়া সকলৰ দ্বাৰা পৰিচালিত হয়।<ref>{{cite journal|last=Selvik|first=Kjetil|title=Elite Rivalry in a Semi-Democracy: The Kuwaiti Press Scene|journal=Middle Eastern Studies|date=2011|volume=47|issue=3|pages=477–496|doi=10.1080/00263206.2011.565143}}</ref><ref>{{cite journal|last=Ulrichsen|first=Kristian Coates|journal=Journal of Arabian Studies: Arabia, the Gulf, and the Red Sea|title=Politics and Opposition in Kuwait: Continuity and Change|date=2014|volume=4|issue=2|pages=214–230|url=http://www.tandfonline.com/doi/abs/10.1080/21534764.2014.974323#.VNu5xPmUdCZ|doi=10.1080/21534764.2014.974323}}</ref>
 
কুৱেইটৰ সংবিধান ১৯৬২ চনত গৃহীত কৰা হৈছিল। কুৱেইট মধ্য প্ৰাচ্যৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত নাগৰিকৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ আটাইতকৈ বেছি মুক্ত ৰাষ্ট্ৰ।<ref name=ras /><ref name=wsjo /><ref name=mubash>{{cite web|url=http://english.mubasher.info/KSE/news/2231138/Kuwait-rated-partly-free-by-Freedom-House#.U-U8kPmSxfA|title=Kuwait rated ‘partly free’ by Freedom House|publisher=Mubasher}}</ref> ফ্ৰীদম হাউচ নামৰ সংস্থায়ে ফ্ৰীদম ইন দা ৱৰ্ল্ড জৰীপ মতে কুৱেইটক পাৰ্টলি ফ্ৰী বা অৰ্ধ মুক্ত বুলি চিহ্নিত কৰিছে।<ref name=FH2011>{{cite web |url=http://www.freedomhouse.org/report/freedom-world/2011/kuwait |title=Freedom in the World: Kuwait |year=2011 |publisher=Freedom House |accessdate=25 June 2012}}</ref>
 
== প্ৰশাসন ==
Line 94 ⟶ 100:
| colspan=5 bgcolor="#ffffff" | <sup>3)</sup> ৱাৰবাহ আৰু বুবিয়ান দ্বীপেৰে গঠিত
|}
 
== ভাষা ==
 
"https://as.wikipedia.org/wiki/কুৱেইট"ৰ পৰা অনা হৈছে