কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
অধুনা বহুব্যৱহৃত আৰু বহুচৰ্চিত ''কম্পিউটাৰ বিজ্ঞান'' বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক)বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই ''কম্পিউটাৰ বিজ্ঞান'' বা ''সংগণন বিদ্যা'' বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।
 
==কম্পিউটাৰ‌ৰ‌কম্িপউটাৰ‌ৰ‌ ঐিতহািসক প্ৰেযা়গপ্ৰেয়াগ আৰু ঊৎকৰ্ষ==
 
দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়। [[Image:RomanAbacusRecon.jpg|170px|thumbnail|right|ৰোমান এবেকাচ]] পৰৱৰ্ত্তীকালতো, িবিভন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশ: জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃ্দ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃ্দ্ধি পালে। [http://en.wikipedia.org/wiki/Wilhelm_Schickard উইলহেল্ম শ্চিকাৰ্ড]-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে।