থমাছ আলভা এডিচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

img
No edit summary
1 নং শাৰী:
{{Infobox person
| name = টমাচ আলভা এডিচন<br />Thomas Alva Edison
| image = Thomas_Edison2.jpg
| imagesize = 220px
| caption = <div style="font-size: 90%">"প্ৰতিভা হ'ল এক শতাংশ অনুপ্ৰেৰণা আৰু নিৰানব্বৈ শতাংশ অধ্যৱসায়"<br />– এডিচন, হাৰ্পাৰ্চ মেগাজিন, চেপ্তেম্বৰ, ১৯৩২ সংখ্যা</div>
| birth_name =
| birth_date = ফ্ৰেব্ৰুৱাৰীফেব্ৰুৱাৰী ১১, ১৮৪৭
| birth_place = মিলান, অহায়ো, আমেৰিকা যুক্তৰাষ্ট্ৰ
| death_date = অক্টোবৰ ১৮, ১৯৩১
22 নং শাৰী:
}}
[[File:A Day with Thomas Edison (1922).webm|thumb|thumbtime=1|upright=1.1|{{en}} ''A Day with Thomas Edison'' (1922)]]
'''টমাচ আলভা এডিচন''' এডিচন ({{lang-en|Thomas Edison|Thomas Alva Edison}} জন্ম:১১ ফ্ৰেব্ৰুৱাৰী, ১৯৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাদক আৰু ব্যৱসায়ী আছিল।
 
==প্ৰাৰম্ভিক জীৱন==
28 নং শাৰী:
আমেৰিকাৰ অহায়ো প্ৰদেশৰ মিলানত টমাচ আলভা এডিচনৰ জন্ম হৈছিল আৰু মিচিগান প্ৰদেশৰ পোৰ্ট হুৰনত ডাঙৰ-দীঘল হৈছিল। তেওঁ চেমুৱেল অগডেন এডিচন জুনিয়ৰ আৰু নেঞ্চি মেথিউজ এলিয়তৰ সপ্তম আৰু পেট-মোচা সন্তান আছিল।<ref>[http://tps.cr.nps.gov/nhl/detail.cfm?ResourceId=443&ResourceType National Historic Landmarks Program (NHL)]</ref> বিদ্যালয়ত এডিচনে মন বহুৱাব পৰা নাছিল। শিক্ষকে তেওঁক ‘ঘোলা কণী’ আখ্যা দিছিল। মাত্ৰ তিনি মাহতে তেওঁ বিদ্যালয় এৰিছিল। মাকে তেওঁক ঘৰত লিখা-পঢ়া শিকাইছিল।.<ref>{{cite web| url=http://www.nps.gov/edis/home_family/fam_album.htm| title=Edison Family Album| publisher=US National Park Service| accessdate=March 11, 2006|archiveurl = http://www.webcitation.org/5umTYO7Sd |archivedate = December 6, 2010|deadurl=no}}</ref> আৰ জি পাৰ্কাৰৰ ‘স্কুল অৱ নেচাৰেল ফিল’চফী আৰু ‘দ্যা কুপাৰ ইউনিয়ন’ গ্ৰন্থৰ পৰা তেওঁ বেছিখিনি শিক্ষা লাভ কৰিছিল।
 
শৈশৱকালত ভোগা স্কাৰলেট ফিভাৰ (scarlet fever) আৰু বাৰে বাৰে হৈ থকা মধ্য-কৰ্ণৰ সংক্ৰমণৰ ফলত এডিচনৰ শ্ৰৱণ শক্তিৰ সমস্যাই গা কৰি উঠিছিল। ১৮৫৪ চনত মিলানত এটা বাইপাছ ৰেলপথ নিৰ্মাণ কৰাৰ ফলত স্বৰূপে এডিচনৰ পৰিয়ালক মিচিগান প্ৰদেশৰ প'ৰ্ট হুৰনলৈ উঠি যাবলৈ বাধ্য কৰোৱা হৈছিল যদিও তেওঁ তাত এটা অম্ল-মধুৰ জীৱনেই কটাইছিল।<ref>Josephson, p 18</ref> জীৱিকা অৰ্জনৰ বাবে তেওঁ প'ৰ্ট হুৰন আৰু ডেট্ৰ'ইটৰ মাজত চলাচল কৰা ৰেলত কেণ্ডি আৰু বাতৰি কাকত বিক্ৰি কৰিছিল। অধিক উপাৰ্জন কৰিবলৈ তেওঁ শাক-পাচলিও বিক্ৰি কৰিছিল। এইবোৰৰ মাজতো তেওঁ কিন্তু বৈজ্ঞানিক চিন্তা-চৰ্চা বাদ দিয়া নাছিল। তেওঁ গুণাত্মক বিশ্লেষণ (qualitative analysis) অধ্যয়ন কৰিছিল আৰু ৰেলৰ ডবাতে পৰীক্ষাগাৰ পাতি ৰাসায়নিক পৰীক্ষাপৰীক্ষাThomas Alva Edison-নিৰীক্ষাও চলাই গৈছিল। <ref name="Cite CAB|Edison, Thomas Alva">{{Cite CAB|Edison, Thomas Alva}}</ref> পিছে দুৰ্ভাগ্যবশতঃ এদিন পৰীক্ষাগাৰত জুই লাগিল। খঙতে ৰেলৰ পৰিচালক (train conductor)এজনে তেওঁক চৰিয়ালে আৰু স্মিথ ক্ৰিক ষ্টেচনত পৰীক্ষাগাৰৰ সকলো লাম-লাকটুসহ তেওঁক নমাই দিলে। সেইদিনাৰ পৰা ৰেলৰ ডবাত বৈজ্ঞানিক পৰীক্ষা চলোৱা নিষিদ্ধ কৰা হ'ল। <ref name="Josephson">"Edison" by [[Matthew Josephson]]. McGraw Hill, New York, 1959, ISBN 978-0-07-033046-7</ref><ref>"Edison: Inventing the Century" by [[Neil Baldwin]], University of Chicago Press, 2001, ISBN 978-0-226-03571-0</ref>
বাতৰি কাকত বিকি থকা দিনতে এডিচনে চাৰিজন সহযোগীৰ সৈতে ''গ্ৰেণ্ড ট্ৰাংক হেৰল্ড'' নামেৰে কাকত এখনৰ প্ৰকাশনা আৰম্ভ কৰিলে আৰু অন্যান্য কাকতৰ সৈতে তেওঁৰ কাকতখনো বিকিবলৈ ধৰিলে। ।<ref name="Cite CAB|Edison, Thomas Alva"/> এই ঘটনাটোৰ দ্বাৰাই তেওঁৰ ব্যৱসায়িক প্ৰতিভাৰ প্ৰথম স্ফুৰণ হৈছিল। পাছলৈ তেওঁ আজিও পৃথিৱীৰ অন্যতম বৃহৎ কোম্পানী হিচাপে জিলিকি থকা ''জেনেৰেল ইলেক্ট্ৰিক''কে ধৰি চৈধ্যটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল।<ref>{{cite web|url=http://www.tradingmarkets.com/.site/news/Stock%20News/2266720/ |title=GE emerges world's largest company: Forbes |publisher=Trading Markets.com |date=April 10, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYYG9X |archivedate = December 6, 2010|deadurl=no}}</ref><ref>{{cite web|url=http://www.indianexpress.com/news/ge-emerges-worlds-largest-company-forbes/445093 |title=GE emerges world's largest company: Forbes |publisher=Indian Express.com |date=April 9, 2009 |accessdate=February 7, 2010|archiveurl = http://www.webcitation.org/5umTYurUQ |archivedate = December 6, 2010|deadurl=no}}</ref>