গেছ ধ্ৰুৱক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
46 নং শাৰী:
|-
|}
'''গেছ ধ্ৰুৱক''' ('''মলাৰ''', '''বিশ্বজনীন''', বা '''আদৰ্শ গেছ ধ্ৰুৱক''' বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক [[পদাৰ্থবিজ্ঞান|পদাৰ্থ বিজ্ঞান]]ৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে-  [[আদৰ্শ গেছ সমীকৰণ]] আৰু [[নাৰ্নষ্ট সমীকৰণ]]। গেছ ধ্ৰুৱক [[বল্টজমেন ধ্ৰুৱক]]ৰ সমতুল্য। এই ধ্ৰুৱকটো [[বয়লৰ সূত্ৰ]], [[চাৰ্লচৰ সূত্ৰ]], [[এভ'গেড্ৰ'ৰ সূত্ৰ]] আৰু [[গে'-লুছাকৰ সূত্ৰ]]ৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক {{math|''R''}} বা ''{{overline|R}}'') চিহ্নৰে সূচোৱা হয়।
গেছ ধ্ৰুৱকৰ মান হ'ল:
 
:<big>{{physconst|R}}</big>
 
==তথ্য সংগ্ৰহ==