'''কন্নড়''' (কন্নড় ভাষায়ভাষাত: ಕನ್ನಡ ''কন্নড'') [[ভাৰত|ভাৰতৰ]] ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা [[কৰ্ণাটক]] ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তাৰোপৰি ই [[অন্ধ্ৰপ্ৰদেশ|অন্ধ্ৰ প্ৰদেশ]], [[তামিলনাডু]] আৰু [[মহাৰাষ্ট্ৰ|মহাৰাষ্ট্ৰত]] প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।