অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

মৃত্যু
11 নং শাৰী:
| birth_place = সেন্দুৰী আলি, [[ডিব্ৰুগড়]], [[অসম]], [[ভাৰত]]
| death_date =
২৭ মাৰ্চ ২০১৭ (৮৫ বছৰ)
| death_place =
নতুন দিল্লী
| resting_place =
| occupation = সহিত্যিক, নাট্যকাৰ
Line 37 ⟶ 39:
}}
 
'''অৰুণ শৰ্মা''' ({{lang-en|Arun Sharma}}, জন্ম:১৯৩১ চন-২০১৭) একেধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰৱন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী আছিল৷ ''শ্ৰী নিবাৰণ ভট্টাচাৰ্য'' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ '''[[আশীৰ্বাদৰ ৰং]]''' শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৭ চনত [[সাহিত্য অকাডেমী বঁটা]] লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে৷
 
==প্ৰাৰম্ভিক জীৱন==
Line 113 ⟶ 115:
#গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰৱন্ধ তথা কবিতা প্ৰকাশ
{{col-end}}
== মৃত্যু==
২০১৭ চনৰ ২৭ মাৰ্চ তাৰিখে নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত পুৱা ৮৫ বছৰ বয়সত অৰুণ শৰ্মায়ে শেষ নিশ্বাস ত্যাগ কৰে।
 
== তথ্য সংগ্ৰহ ==