গুৱাহাটী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
56 নং শাৰী:
 
==নামৰ উৎপত্তি==
গুৱাহাটী নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'গুৱা' (অৰ্থ-[[তামোল]]) আৰু 'হাট' (অৰ্থ-বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।<ref>{{cite web|url=http://www.kamrupmetro.nic.in/indexmain.asp |title=Kamrup Metro District | publisher=Kamrup(M) District Administration |date= | accessdate=8 September 2015}}</ref>
 
== ইতিহাস ==
"https://as.wikipedia.org/wiki/গুৱাহাটী"ৰ পৰা অনা হৈছে