কাঞ্চনজংঘা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
26 নং শাৰী:
কাঞ্চনজংঘা মুখ্য ভাৰতৰ সৰ্বোচ্চ শৃংগ। ইয়াক "তুষাৰৰ পাঁচটা ঐশ্বৰ্য" বুলি কোৱা হয় আৰু ছিক্কিম আৰু দাৰ্জিলিংৰ স্থানীয়লোকে পৱিত্ৰ জ্ঞান কৰি পূজা কৰে।<ref name=Kapadia2001>{{cite book|author=Kapadia, H. |year=2001 |title=Across Peaks and Passes in Darjeeling and Sikkim |publisher=Indus Publishing Company |location=New Delhi |isbn=8173871264}}</ref>
 
১৮৫১১৮৫২ চনৰ আগলৈ কাঞ্চনজংঘাক পৃথিৱীৰ সৰ্বোচ্চ শৃংগ বুলি ধৰা হৈছিল। কিন্তু বহু পৰীক্ষা-নিৰীক্ষাৰ পিছত জনা গল যে পিক XV বুলি জনাজাত মাউন্ট এভাৰেষ্ট হে পৃথিৱীৰ উচ্চতম শৃংগ। কেইবাবাৰো পুনৰীক্ষিণ কৰাৰ পিছত ১৮৫৬ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় যে কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ।<ref name="Gillman1993">{{cite book | title=Everest: The Best Writing and Pictures from Seventy Years of Human Endeavour | author=Gillman, P. | year=1993 | publisher=Little, Brown and Company |location= Boston| isbn = 0316904899 | page = 208}}</ref>
 
১৯৫৫ চনৰ ২৫ মই তাৰিখে ব্ৰিটিছ পৰ্বতাৰোহনৰ দলৰ সদস্য জয়ে ব্ৰাউন আৰু জৰ্জ বেণ্ডে কাঞ্চনজংঘা আৰোহণ কৰে। তেওঁলোকে ছিক্কিমৰ চজ্ঞাল বা ধৰ্মৰাজৰ বিশেষ অনুমতি লৈ আৰু ইয়াৰ কোনো হানি-বিঘিনি নকৰাৰ চুক্তিবদ্ধ হৈ পৰ্বতাৰোহন কৰিছিল।<ref name=Kapadia2001/> এই দলৰ আন সদস্য সমূহ হল জন এঞ্জেল' জেকচন আৰু টম মেকিনন।<ref>{{cite web |author=Perrin, J. |url=https://www.theguardian.com/news/2005/aug/01/guardianobituaries.sport |year=2005 |title= Obituary: John Jackson. Key climber and trainer of British mountaineers |publisher=The Guardian |accessdate=31 October 2013}}</ref>