গোৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

corr
No edit summary
78 নং শাৰী:
}}
 
'''গোৱা''' (Goa) {{IPAc-en|audio=Goa.ogg|ˈ|ɡ|oʊ|.|ə}} মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু [[states and territories of India|ৰাজ্য]] আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত [[কোংকণ]] নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে [[মহাৰাষ্ট্ৰ]], পূব আৰু দক্ষিণে [[কৰ্ণাটক]] আৰু পশ্চিমে [[আৰবআৰৱ সাগৰ|আৰবআৰৱ সাগৰে]] আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয়াৰ গড় GDP ৰাষ্ট্ৰীয় মানকতকৈ আঢ়ৈগুণ বেছি।<ref name="report" /> একাদশ অৰ্থনৈতিক আয়োগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াক সৰ্বোচ্চ স্থান দিছিল আৰু জনসংখ্যাক ৰাষ্ট্ৰীয় আয়োগে বাৰটা সূচকক ভিত্তি কৰি ইয়াক জীৱনৰ মানৰ বাবে শ্ৰেষ্ঠ স্থান দিছিল।<ref name="report">{{cite book|others=India. Finance Commission|title=Reports of the finance commissions of India: First Finance Commission to the Twelfth Finance Commission : the complete report|publisher=Academic Foundation |year=2005|page=268|isbn=81-7188-474-1}}</ref>
 
[[পানাজি]] গোৱাৰ ৰাজধানী, আৰু [[ভাস্ক' ডা গামা, গোৱা|ভাস্ক' ডা গামা]] বৃহত্তম নগৰ। ১৬শ শতিকাত বেপাৰী হিচাপে গোৱালৈ আহি পিছলৈ ইয়াক জয় কৰা পৰ্তুগীজসকলৰ সাংস্কৃতিক প্ৰভাৱ ঐতিহাসিক নগৰ মাৰগাওত দেখিবলৈ পোৱা যায়। গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল; প্ৰায় ৪৫০ বছৰ বৰ্তি থকা এই অঞ্চলক ১৯৬১ চনত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।<ref>{{cite web |url= http://gpp.nic.in/Liberation.html|title=Liberation of Goa |accessdate=17 July 2007 |publisher=Government Polytechnic, Panaji }}</ref><ref>{{cite web |url=http://www.bharat-rakshak.com/IAF/History/1960s/Goa01.html |title=The Liberation of Goa: an Overview |accessdate=17 July 2007 |last=Pillarisetti |first= Jagan |work=The Liberation of Goa:1961 |publisher=bharat-rakshak.com }}</ref>
"https://as.wikipedia.org/wiki/গোৱা"ৰ পৰা অনা হৈছে