কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
12 নং শাৰী:
 
=== কবিতাৰ সংজ্ঞা ===
প্ৰাচ্য়ৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
প্ৰাচ্য়ৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্ত্ ু ধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্য়ৰ কেৱল দুজন আলংকৰিকৰ লেখাত কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
 
কাব্য়লংকাৰ প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্য়ম"‌----- অৰ্থাত শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
 
বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য় দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-----"বাক্য়ং ৰসাত্মকং কাব্য়ম"--অৰ্থাত ৰসময় বাক্য়ই কবিতা।
পাশ্চাত্য়ৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ
জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।"
 
"https://as.wikipedia.org/wiki/কবিতা"ৰ পৰা অনা হৈছে