হুজুৰী (উপাধি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
Replacing wrong medial combinations
4 নং শাৰী:
=='''হুজুৰী উপাধীৰ ইতিহাস'''==
 
সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰ পৰা ‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল । অনাৰ্য্য আৰু অষ্ট্ৰিক প্ৰজাতিৰ লোক এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ অাদিআদি উপগোটত বিভক্ত হৈছিল । উদাহৰণ স্বৰুপে,খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সজুলি বনোৱা লোক সকল হালৈ কেওঁট হ'ল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওঁট । ‘হুজুৰী’ উপাধীৰ এই লোক সকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰ দ্বাৰা প্ৰমান পোৱা যায় । পুৰনি কালত হুজুৰী উপাধিৰ লোক সকল নামনি অসমৰ [[ব্ৰহ্মপুত্ৰ উপত্যকা]] আৰু আন [[নদী]]ৰ আশে পাশে বাস কৰিছিল । [[নলবাৰী জিলা]]ৰ বৰভাগ,বুকিয়া, বৰগাছা আদি ঠাইত হুজুৰী উপাধীৰ লোক বেছিকৈ পোৱা গৈছিল । কিন্ত বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে । নামনি অসমৰ [[কামৰুপ জিলা]]ৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী,তামুলপুৰ, বৰপেতা জিলা আদি ঠাইত হুজুৰী উপাধিৰ লোকসকলৰ বসতি দেখা যায় ।
 
===অষ্ট্ৰিকসকলৰ অসম আগমণ===