জয়নগৰৰ মোৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
22 নং শাৰী:
 
==প্ৰত্যাহ্বান==
বৰ্তমান সময়ত "জয়নগৰৰ মোৱা"ৰ জনপ্ৰিয়তা আৰু প্ৰচুৰ চাহিদাৰ বাবে গোটেই পশ্চিম বংগ[[পশ্চিমবঙ্গ]], বিশেষকৈ কলকাতাত[[কলকাতা]]ত সস্তীয়া সামগ্ৰী আৰু ৰসায়নিক সুগন্ধিৰে বৃহৎ পৰিমাণৰ মোৱা তৈয়াৰ কৰি "জয়নগৰৰ মোৱা"ৰ নামত বাণিজ্যিকৰণ কৰা হৈছে। ইয়াৰ ফলত "জয়নগৰৰ মোৱা" প্ৰস্তুতকৰ্তা সকল লোকচানৰ সন্মুখীন হৈছে। তেওঁলোকে দাবী কৰিছে যে সস্তীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা মোৱা খাঁটি নহয়, যিহেতু "জয়নগৰৰ মোৱা" কেৱল কণকচুৰৰ আখৈ আৰু খেজুৰৰ গুড়েৰে তৈয়াৰ কৰা উচিত। এই দুইবিধ সামগ্ৰীৰ উপস্থিতিৰ ওপৰি এই মোৱা কেৱল জয়নগৰত[[জয়নগৰ]]ত উৎপাদন কৰিলে হে খাঁটি মোৱা হব বুলি প্ৰস্তুতকৰ্তা সকলে কৈছে।<ref name=moa2/>
 
আজি কালি খেজুৰ গছৰ সংখ্যা কমাৰ বাবে খেজুৰৰ গুড়ৰ উপলব্ধতা কমি গৈছে আৰু পাৰম্পাৰিক পদ্ধতিৰে নলেণ গুড় তৈয়াৰ কৰা শিউলী সকলে আন বৃত্তিত যোগ দিছে। সেইদৰে কণকচুৰ চাউল এক স্থানীয় প্ৰজাতি আৰু কেৱল সাৰ নিদিয়া পাৰম্পাৰিক পদ্ধতিৰে শীতকালত হে খেতি কৰিব পাৰি।<ref name=moa2/>
 
==তথ্য সংগ্ৰহ ==
{{reflist}}