ৰাজ্যসভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[Category:ৰাজনীতি বিজ্ঞান]]
[[Image:Rajyasabha.jpg|right]]
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক [[ভাৰতৰ ৰাষ্ট্ৰপতি|ৰাষ্ট্ৰপতি]]য়ে মনোনিত কৰে, বাকীসকলক ৰাজ্যবোৰৰ [[বিধানসভা]]ৰ সদস্যসকলে নির্বাচিতনিৰ্বাচিত কৰে। ৰাষ্ট্রপতিয়েৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্রতক্ষেত্ৰত পাৰদর্শিতাপাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ [[ভাৰতৰ প্ৰধান মন্ত্ৰী | প্ৰধান মন্ত্ৰী]]ৰ পৰামৰ্শ মতে মনোনীত কৰে । বাকী নির্বাচিতনিৰ্বাচিত সদস্যসকলৰ যোগ্যতা হিচাপে তেওঁলোকৰ বয়স নুন্যতম ৩০ বছৰ হ’ব লাগিব আৰু ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক ।
ৰাজ্যসভাৰ এজন সদস্যৰ কার্যকালকাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নির্বাচননিৰ্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়ও ভঙ্গ্ নহয়।
 
[[ভাৰতৰ উপ-ৰাষ্ট্রপতি]] হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্বাবধানত সদনৰ দৈনন্দিন কাম্-কাজ চলে।
"https://as.wikipedia.org/wiki/ৰাজ্যসভা"ৰ পৰা অনা হৈছে