ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
30 নং শাৰী:
 
== কোম্পানীৰ ইতিহাস ==
[[File:Youtube founders.jpg|thumb|left|400px|চিত্ৰত বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে [[চাড হাৰ্লে]], [[ষ্টিভ চেন]], আৰু [[জাভেদ কৰিম]]]]
 
ইউটিউব তিনিজন ভুতপুৰ্ব PayPal কৰ্মচাৰী [[চাড হাৰ্লে]], [[ষ্টিভ চেন]], আৰু [[জাভেদ কৰিম]] ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই [[পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়]]ত অভিকল্প (design) অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে [[আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়]]ত [[কম্পিউটাৰ বিজ্ঞান]] অধ্যয়ন কৰিছিল। মাধ্যম(media) সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি [[চান ফ্ৰান্সিচক’]]ত থকা চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ ভিডিঅ’ কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হওঁতে হাৰ্লি আৰু চেনে ২০০৫ চনৰ প্ৰথম ভাগত ইউটিউবৰ ধাৰণা কৰিছিল। কৰিম সেইদিনাৰ ভোজত উপস্থিত নাছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল।
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে