ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
32 নং শাৰী:
[[File:Youtube founders.jpg|thumb|left|400px|চিত্ৰত বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম]]
 
ইউটিউব তিনিজন ভুতপুৰ্ব PayPal কৰ্মচাৰী [[চাড হাৰ্লে]], [[ষ্টিভ চেন]], আৰু [[জাভেদ কৰিম]] ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই [[পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়]]তবিশ্ববিদ্যালয়ত অভিকল্প (design) অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে [[আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়]]তবিশ্ববিদ্যালয়ত [[কম্পিউটাৰ বিজ্ঞান]] অধ্যয়ন কৰিছিল। মাধ্যম(media) সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি [[চান ফ্ৰান্সিচক’]]ফ্ৰান্সিচক'ত থকা চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ ভিডিঅ’ভিডিঅ' কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হওঁতে হাৰ্লি আৰু চেনে ২০০৫ চনৰ প্ৰথম ভাগত ইউটিউবৰ ধাৰণা কৰিছিল। কৰিম সেইদিনাৰ ভোজত উপস্থিত নাছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল।
 
[[চিত্ৰ: 901cherryave.jpg|400Px|thumb|কেৰ্লিফোনিয়াৰ চান ব্ৰুণত থকা ইউটিউবৰ মুখ্য কাৰ্যালয়]]
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে