ৰমন মেগছেছে বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
12 নং শাৰী:
'''ৰমন মেগছেছে বঁটা''' [[ফিলিপাইন]]ৰ ৰাষ্ট্ৰপতি '''ৰমন মেগছেছে'''ৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে।<ref>{{cite news |author=Clare Arthurs |title=Activists share 'Asian Nobel Prize' |url=http://news.bbc.co.uk/1/hi/world/asia-pacific/851034.stm |publisher=[[BBC News]] |date=2000-07-25 |accessdate=2008-02-20 }}</ref><ref>{{cite news |author=Ann Bernadette Corvera |title='03 RAMON MAGSAYSAY AWARDEE: A LEAGUE OF EXTRAORDINARY MEN & WOMEN |url=http://www.newsflash.org/2003/05/si/si001665.htm |publisher=[[Philippine Star]] |date=2003-10-08 |accessdate=2008-02-21 }}</ref> ১৯৫৭ চনৰ এপ্ৰিল মাহত [[নিউয়ৰ্ক]] চিটিৰ ৰকফেলাৰ ব্ৰাদাৰ ফাণ্ডৰ ট্ৰাষ্টি সকলে ফিলিপাইন চৰকাৰৰ লগত লগ লাগি এই বঁটা প্ৰদান কৰিছিল।<ref>{{cite web|url=http://www.asianews.it/news-en/Magsaysay-Awards,-Asia%E2%80%99s-Nobel-Prize,-in-the-social-and-cultural-fields-41669.html|title=Magsaysay Awards, Asia’s Nobel Prize, in the social and cultural fields|first=|last=AsiaNews.it|website=www.asianews.it}}</ref><ref>{{cite web|url=http://globalnation.inquirer.net/160133/peta-ramon-magsaysay-award-nobel-prize-yoshiaki-ishizawa-lilia-de-lima-abdon-nababan-philippine-educational-theater-association-philippines-gethsie-shanmugam-sri-lanka-tony-tay|title=5 persons, 1 organization honored at 2017 Ramon Magsaysay Award|first=Jhoanna|last=Ballaran|publisher=}}</ref>এই বঁটাক [[এছিয়া]]ৰ [[নোবেল বঁটা]] হিচাপেও অভিহিত কৰা হয়। এছিয়া মহাদেশৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।<ref>{{cite web|url=https://www.mmtimes.com/news/asias-nobel-prize-now-more-ever.html|title=‘Asia’s Nobel Prize’: now more than ever|publisher=}}</ref>
==উদ্দেশ্য==
ৰমন মেগছেছে বঁটা [[ফিলিপাইন]]ৰ সপ্তম ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা হয়। ৰমন মেগছেছে ফাউণ্ডেচনে প্ৰতিবছৰে [[এছিয়া]]ৰ ব্যক্তি বা সংস্থাক নিজ নিজ ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। প্ৰথমে এই বঁটা ছয়টা শ্ৰেণীত আগবঢ়োৱা হৈছিল যদিও ২০০৯ চনৰ পৰা পাঁচটা শ্ৰেণীত বঁটা প্ৰদান বন্ধ কৰা হয়। এই শ্ৰেণী কেইটা হ'ল:
* চৰকাৰী সেৱা (১৯৫৮&ndash;২০০৮)
* সমাজ সেৱা (১৯৫৮&ndash;২০০৮)
* ৰাজহুৱা নেতৃত্ব (১৯৫৮&ndash;২০০৮)
* সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি (১৯৫৮&ndash;২০০৮)
* শান্তি আৰু আন্তৰ্জাতিক বুজা-পৰা (১৯৫৮&ndash;২০০৮)
* উজ্জীৱিত নেতৃত্ব (২০০১&ndash; )
* ''অশ্ৰেণীকৃত'' (২০০৯&ndash; )
 
==ইতিহাস==
==বঁটা প্ৰাপক==