ৰমন মেগছেছে বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
22 নং শাৰী:
 
==ইতিহাস==
১৯৫৭ চনৰ মে মাহত [[ফিলিপাইন]] দেশৰ সাতজন বিখ্যাত নাগৰিকক ৰমন মেগছেছে ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ট্ৰাষ্টি হিচাপে বাছনি কৰা হৈছিল। ইয়াৰ বাবে এক লাভ নিৰপেক্ষ সংগঠন এটা গঠন কৰি এই বঁটা প্ৰদান কাৰ্য সমাধা কৰা হৈছিল। পিছলৈ গোটেই এছিয়াৰ বিখ্যাত লোকক ইয়াৰ ট্ৰাষ্টি পদ দিয়া হৈছিল।
 
ৰমন মেগছেছে বঁটা ফাউণ্ডেচনে এছিয়া মহাদেশ
ব্যক্তি বা সংস্থাক নিজ নিজ ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। ইয়াৰ বাবে দেহৰ বৰণ, লিংগ বা ৰাষ্ট্ৰীয়তালৈ ভেদা-ভেদ কৰা নহয়।
 
==বঁটা প্ৰাপক==
==তথ্য উৎস==