ত্বৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Classical mechanics|right|cTopic=মৌলিক ধাৰণাসমূহ}}
[[সময়]]ৰ লগত [[বেগ]]ৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত '''ত্বৰণ''' ([[ইংৰাজী]]: Acceleration) বুলি কোৱা হয়।<ref>{{cite book|title=The Principles of Mechanics
|first=হেনৰি
|last=ক্ৰিউ
|publisher=বিবলিঅ’ বাজাৰ, LLC
|year=২০০৮
|isbn=0559368712
|pages=৪৩}}</ref> একমাত্ৰিক স্থানত, ত্বৰণ হৈছে বস্তু এটাৰ [[দ্ৰুতি]]ৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ [[হাৰ (গণিত)|হাৰ]]। যিহেতু বেগ হ’ল এবিধ [[ইউক্লীডীয় ভেক্টৰ|ভেক্টৰ]], গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায়।<ref>{{cite book|title=Relativity and Common Sense|first=হাৰমান|last=বণ্ডি|pages=৩|publisher=কোৰিয়াৰ দ’ভাৰ প্ৰকাশন|year=১৯৮০|isbn=0486240215}}</ref><ref>{{cite book|title=Physics the Easy Way|pages=২৭|first=ৰ’বাট এল.|last=লেহমান|publisher=বাৰ’ণচ ইডুকেচনেল চিৰিজ|year=১৯৯৮|isbn=0764102362}}</ref> ত্বৰণৰ [[মাত্ৰীয় বিশ্লেষণ|মাত্ৰা]] হৈছে [[দৈৰ্ঘ|L]]&nbsp;[[সময়|T]]<sup> −2</sup>। [[আন্তঃৰাষ্ট্ৰীয় একক প্ৰণালী|SI]] একক পদ্ধতিত, মিটাৰ প্ৰতি বৰ্গছেকেণ্ডত(m/s<sup>2</sup>) ত্বৰণ জোখা হয়। (ঋণাত্মক ত্বৰণৰ অৰ্থাৎ মন্থৰণৰ মাত্ৰা/একক ত্বৰণৰ সৈতে একে।)
 
সাধাৰণ ভাষাত, দ্ৰুতিৰ বৃদ্ধিকেই ''ত্বৰণেৰে'' বুজোৱা হয় (বেগৰ মান); আনহাতে দ্ৰুতিৰ হ্ৰাসকেই ''মন্থৰণ'' বুলি কোৱা হয়। পদাৰ্থ বিজ্ঞানত বেগৰ দিশৰ পৰিবৰ্তনৰ হাৰকো ত্বৰণ বুলি কোৱা হয়: ঘূৰ্ণনশীল গতিৰ ক্ষেত্ৰত বেগৰ দিশৰ পৰিবৰ্তনে ''অভিকেন্দ্ৰিক''(কেন্দ্ৰৰফালে) ত্বৰণৰ সূচনা কৰে; আনহাতে দ্ৰুতিৰ পৰিবৰ্তনৰ হাৰে ''স্পৰ্শকীয়'' ত্বৰণৰ সূচনা কৰে।
 
[[ধ্ৰুপদী বলবিজ্ঞান]]ত,এটা ধ্ৰুৱক ভৰৰ বস্তুৰ ত্বৰণ বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ [[বল (পদাৰ্থ বিজ্ঞান)|বল]]ৰ সমানুপাতিক ([[নিউটনৰ গতিৰ সুত্ৰসূত্ৰ|নিউটনৰ দ্বিতীয় গতিসূত্ৰ]]):
সাধাৰণ ভাষাত, দ্ৰুতিৰ বৃদ্ধিকেই ''ত্বৰণেৰে'' বুজোৱা হয় (বেগৰ মান);আনহাতে দ্ৰুতিৰ হ্ৰাসকেই ''মন্থৰণ'' বুলি কোৱা হয়। পদাৰ্থ বিজ্ঞানত বেগৰ দিশৰ পৰিবৰ্তনৰ হাৰকো ত্বৰণ বুলি কোৱা হয়: ঘূৰ্ণনশীল গতিৰ ক্ষেত্ৰত বেগৰ দিশৰ পৰিবৰ্তনে ''অভিকেন্দ্ৰিক''(কেন্দ্ৰৰফালে) ত্বৰণৰ সূচনা কৰে; আনহাতে দ্ৰুতিৰ পৰিবৰ্তনৰ হাৰে ''স্পৰ্শকীয়'' ত্বৰণৰ সূচনা কৰে।
 
 
[[ধ্ৰুপদী বলবিজ্ঞান]]ত,এটা ধ্ৰুৱক ভৰৰ বস্তুৰ ত্বৰণ বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ [[বল (পদাৰ্থ বিজ্ঞান)|বল]]ৰ সমানুপাতিক ([[নিউটনৰ গতিৰ সুত্ৰ|নিউটনৰ দ্বিতীয় গতিসূত্ৰ]]):
:<math>\mathbf{F} = m\mathbf{a} \quad \to \quad \mathbf{a} = \mathbf{F}/m</math>
য’ত, '''F'''- হ’ল বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা লব্ধবল, ''m''- হৈছে বস্তুটোৰ [[ভৰ]], আৰু '''a'''- হৈছে বস্তুটোৰ ত্বৰণ।
 
[[File:Acceleration as derivative of velocity along trajectory.svg|250px|right|thumb|ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ, প্ৰক্ষেপনৰ যোকোনো বিন্দুত ত্বৰণৰ মান সেই বিন্দুত বেগৰ মান আৰু দিশৰ পৰিৱৰ্তনেৰে বুজোৱা হয়। ]]
 
 
[[File:Acceleration components.JPG|250px|right|thumb|বক্ৰ সমতলীয় গতিৰ বাবে ত্বৰণৰ ঊপাংশ]]
"https://as.wikipedia.org/wiki/ত্বৰণ"ৰ পৰা অনা হৈছে