বাইহাটা চাৰিআলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
72 নং শাৰী:
 
==শিক্ষানুষ্ঠানসমূহ==
বাইহাটা চাৰিআলি এক গুৰুত্বপূৰ্ণ শিক্ষাকেন্দ্ৰ। অঞ্চলটোৰ চৌদিশৰ পৰাই শিক্ষাৰ্থীয়ে বাইহাটা চাৰিআলিত অৱস্থিত শিক্ষানুষ্ঠানসমূহলৈ পঢ়িবলৈ আহে। বাইহাটা চালিআলিৰ অধিকাংশ শিক্ষানুষ্ঠান উত্তৰ দিশৰ গোৰেশ্বৰ সংযোগী পথটোত অৱস্থিত। [[আগদলা হাইস্কুল|আগডলা চাৰিআলি হাইস্কুল]] (পূৰ্বে চিতাধিংচিতানাথধিং হাইস্কুল বুলি জনা গৈছিল) বাইহাটা চাৰিআলিত অৱস্থিত সবাতোকৈ পুৰণি হাইস্কুল। মহাবিদ্যালয় পৰ্য্যায়ত [[পূব কামৰূপ মহাবিদ্যালয়]] অঞ্চলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান। বাইহাটা চাৰিআলিত এখন বি এড মহাবিদ্যালয়ো আছে। যোৱা ২০১৭ বৰ্ষত অসম চৰকাৰে প্ৰতিষ্ঠা কৰা কামৰূপ পলিটেকনিকখনো ইয়াত অৱস্থিত। তদুপৰি শেহতীয়াকৈ বাইহাটা চাৰিআলি অঞ্চলটোত কেবাখনো ব্যক্তিগতখণ্ডৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ মহাবিদ্যালয় স্থাপন হৈছে।
 
===বিদ্যালয়===