পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
6 নং শাৰী:
 
==প্ৰাচীন ইতিহাস==
[[জ্যোতিৰ্বিজ্ঞান]], [[আলোক বিজ্ঞান]] আৰু [[বলবিজ্ঞান|বলবিজ্ঞানেই]] হৈছে [[পদাৰ্থ বিজ্ঞান]]ৰ প্ৰাচীনতম ভাগ, [[জ্যামিতি]]ৰ অধ্যয়নৰ সময়ত গাণিতিক ভাবেগাণিতিকভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, [[আৰ্কিমিডিচ]] আৰু [[টলেমি]]ৰ দিনৰ পৰা [[গণিত]]ৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয়, আৰু [[এৰিষ্টটল]]ৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়।
 
গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ:-৪৮০খৃ:পূ:) [[ছক্ৰেতিচছক্ৰেটিছ]]ৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬ - ৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "[[থেলাচ|থেলাচে]]" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহনগ্ৰহণ কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতাপিতৃ" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰিঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে। <ref>চিংগাৰ, চি.. ''A Short History of Science to the 19th century.'' ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫</ref> খৃষ্ট পূৰ্ব ৫ম শতিকাত [[লুচিপাচ|লুচিপাচে]] [[পৰমাণুবাদ]]ৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক [[পৰমাণু]] বোলা হয়, পাছত এই মতবাদৰ [[ডেমক্ৰিটাচ|ডেমক্ৰিটাচে]] বাখ্যা আগবঢ়াই।
[[জ্যোতিৰ্বিজ্ঞান]], [[আলোক বিজ্ঞান]] আৰু [[বলবিজ্ঞান|বলবিজ্ঞানেই]] হৈছে [[পদাৰ্থ বিজ্ঞান]]ৰ প্ৰাচীনতম ভাগ, [[জ্যামিতি]]ৰ অধ্যয়নৰ সময়ত গাণিতিক ভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, [[আৰ্কিমিডিচ]] আৰু [[টলেমি]]ৰ দিনৰ পৰা [[গণিত]]ৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয়, আৰু [[এৰিষ্টটল]]ৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়।
[[Image:Aristotle Altemps Inv8575.jpg|thumb|150px|left|[[ এৰিষ্টটল]] (৩৮৪–৩২২ খৃ:পূ:)]]
 
[[প্লেটো|প্লেটোৰ]] শিষ্য [[এৰিষ্টটল]] (৩৮৪ -৩২২ খৃ:পূ:) এ প্ৰথমে মতপোষনমতপোষণ কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সুক্ষ্মসূক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সুত্ৰসমূহৰসূত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ;: ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) [[প্ৰাকৃতিক দৰ্শন]]ৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।
গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ:-৪৮০খৃ:পূ:) [[ছক্ৰেতিচ]]ৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬-৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "[[থেলাচ|থেলাচে]]" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহন কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতা" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰিঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে। <ref>চিংগাৰ, চি.. ''A Short History of Science to the 19th century.'' ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫</ref> খৃষ্ট পূৰ্ব ৫ম শতিকাত [[লুচিপাচ|লুচিপাচে]] [[পৰমাণুবাদ]]ৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক [[পৰমাণু]] বোলা হয়, পাছত এই মতবাদৰ [[ডেমক্ৰিটাচ|ডেমক্ৰিটাচে]] বাখ্যা আগবঢ়াই।
[[Image:Aristotle Altemps Inv8575.jpg|thumb|150px|left|[[ এৰিষ্টটল]] (৩৮৪–৩২২ খৃ:পূ:)]]
 
প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:পূ: মানত এৰাট’চথেন্সে (খৃ:পূ: ২৭৬-১৯৪) সঠিক ভাবেসঠিকভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। [[এৰিষ্টটল]]ৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে [[এৰিষ্টাৰকাচ]] (খৃ:পূ: ৩১০-১৯৪)এ [[পৃথিৱী]]ৰ পৰিৱৰ্তে [[সূৰ্য]]ক কেন্দ্ৰত ৰাখি [[সৌৰজগত]]ৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, [[এৰিষ্টাৰকাচ]]ৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী [[চেলেকাচ|চেলেকাচে]] পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে [[প্লুটাৰ্ক]]ৰ মতে [[চেলেকাচ|চেলেকাচেই]] প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক।
[[প্লেটো|প্লেটোৰ]] শিষ্য [[এৰিষ্টটল]] (৩৮৪ -৩২২ খৃ:পূ:)এ প্ৰথমে মতপোষন কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সুত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ; ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) [[প্ৰাকৃতিক দৰ্শন]]ৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।
 
খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ [[আৰ্কিমিডিচ|আৰ্কিমিডিচে]] পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সুত্ৰপাতসূত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত [[প্লাবিতা]]ৰ সুত্ৰসূত্ৰ আৱিষ্কাৰ কৰে, ইয়াক [[আৰ্কিমিডিচৰ সুত্ৰসূত্ৰ]]ও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ [[টলেমি]]য়ে লিখা [[আলগামেষ্ট]] নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰ স্বৰূপআধাৰস্বৰূপ হোৱা দেখা যায়।
প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:প: মানত এৰাট’চথেন্সে (খৃ:প: ২৭৬-১৯৪) সঠিক ভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। [[এৰিষ্টটল]]ৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে [[এৰিষ্টাৰকাচ]](খৃ:প: ৩১০-১৯৪)এ [[পৃথিৱী]]ৰ পৰিৱৰ্তে [[সূৰ্য]]ক কেন্দ্ৰত ৰাখি [[সৌৰজগত]]ৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, [[এৰিষ্টাৰকাচ]]ৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী [[চেলেকাচ|চেলেকাচে]] পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে [[প্লুটাৰ্ক]]ৰ মতে [[চেলেকাচ|চেলেকাচেই]] প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক।
 
খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ [[আৰ্কিমিডিচ|আৰ্কিমিডিচে]] পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সুত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত [[প্লাবিতা]]ৰ সুত্ৰ আৱিষ্কাৰ কৰে, ইয়াক [[আৰ্কিমিডিচৰ সুত্ৰ]]ও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ [[টলেমি]]য়ে লিখা [[আলগামেষ্ট]] নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰ স্বৰূপ হোৱা দেখা যায়।
 
{|align=right
Line 22 ⟶ 21:
|}
 
কালৰ গতিত প্ৰাচীন কালত একত্ৰিত হোৱা জ্ঞানপুঞ্জ ক্ৰমাতক্ৰমাৎ হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। [[হিপাৰকাচ| হিপাৰকাচে]] লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, [[এৰিষ্টটল]]ৰ ১৫০খনৰো১৫০ খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি [[এৰিষ্টটল]]ৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয়ইছলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ আৰবীয় ভাষালৈ অনুবাদ কৰে। [[অল-কিণ্ডি]], [[অল-ফৰাবী]], [[অভিচিনা]], [[এভেৰুচ]] আদিৰ দৰে ইচলামীয়ইছলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুন:ব্যাখ্যাপুনঃব্যাখ্যা কৰে। [[ইবন অল-হাথিম]] আৰু [[আবু ৰিহান বিৰুণি]]ৰ<ref>{{Harvtxt|গ্লিক|লাইভচে’|ৱালিচ|২০০৫|পৃ=৮৯–৯০}}</ref><ref name=Rozhanskaya-642>Mariam Rozhanskaya and I. S. Levinova (1996), "Statics", p. 642, in {{Harvtxt|Rashed|Morelon|1996|pp=614–642}}</ref> অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পশ্ছিমপশ্চিম ইউৰোপত [[ৰ’জাৰ বেকেন]] আৰু [[ৱিটেল’]]ৰ দৰে শিক্ষাবিদৰ অধীনত গ্ৰহনগ্ৰহণ কৰিছিল।
 
১২শ শতাব্দীত আৰবীয় ভাষাৰ পৰা লেটিনলৈ পুৰণি কৰ্মৰাজী সমূহ অনুবাদ হোৱাৰ লগে লগে এইবোৰৰ সম্পৰ্কে পশ্চিমীয়া দেশসমূহত সজাগতা বৃদ্ধি পায়। তেওঁলোকে ইছলামীয় আৰু ইহুদী ধৰ্মবিশ্বাসক সামৰি লৈ নকৈ কৰা ব্যাখ্যাই, মধ্যযুগৰ দাৰ্শনিকসকলদাৰ্শনিকসকলৰ (যেনে থ’মাচ একুইনাচ আদি) ওপৰত গভীৰ প্ৰভাবপ্ৰভাৱ বিস্তাৰ কৰা দেখা গ’ল।
 
==সময়ৰেখা==