বিশ্বকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"Encyclopedia" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
4 নং শাৰী:
বিশ্বকোষ এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়।<ref name="DOLencyclopedia">{{Cite book|title=Dictionary of Lexicography|url=https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia}}</ref> কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।<ref name="DOLencyclopedia" /> অভিধানৰ বিপৰীতে বিশ্বকোষত ভাষিক গুণাগুণ যেনে শব্দোদ্ভৱ, বব্যাকৰণগত ব্যৱহাৰ আদি নাথাকে, বৰং সাধাৰণ তথ্য সমৃদ্ধ জ্ঞান প্ৰদান কৰা হয়। <ref name="bejoint">Béjoint, Henri (2000). [https://books.google.com/books?id=DJ8gwtomUpMC&lpg=PA30&dq=lexicography%20translated%20encyclopedia%20dictionary&pg=PA30 ''Modern Lexicography''], pp. 30–31. Oxford University Press. {{ISBN|0-19-829951-6}}</ref><ref name="EB">{{Cite web|url=http://www.britannica.com/EBchecked/topic/186603/encyclopaedia|title=Encyclopaedia}}</ref><ref name="DOLei">{{Cite book|title=Dictionary of Lexicography|url=https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia}}</ref><ref name="OHEL22">{{Cite book|title=The Oxford History of English Lexicography, Volume I|url=https://books.google.com/?id=nhnVF9Or_wMC&printsec=frontcover&q}}</ref>
 
==বিশ্বকোষৰ ইতিহাস==
প্ৰায় দুহাজাৰ বৰ্ষৰপৰা বিশ্বকোষ অস্তিত্বত আছে। পলিনি ডদ্য এল্ডাৰৰ প্ৰথম শতিকাৰ নেচুৰেলিচ হিষ্টৰিয়া এক প্ৰাচীন বিশ্বকোষ যি ৰ'ম সাম্ৰাজ্যত লিখা হৈছিল। এটিম'লজিয়ে মধ্যযুগৰ প্ৰথম বিশ্বকোষ বুলি গণ্য কৰা হয় যিৰাইচ'দ'ৰ অৱ চেভাইলৰ সৃষ্টি।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/বিশ্বকোষ"ৰ পৰা অনা হৈছে