বিশ্বকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
2 নং শাৰী:
[[চিত্ৰ:Encyclopedia_Britannica_(crop).jpg|thumb|300x300px|এঞ্চাইক্ল'পিডিয়া ব্ৰিটেনিকা]]
[[চিত্ৰ:Ringelbergius,_'Lucubrationes...KYKLOPEDEIA...'_ed._Basel_1541_original.JPG|right|thumb|১৫৪১ৰ "ল্যুকুব্ৰেশ্যনেচ"ৰ বেটুপাত]]
বিশ্বকোষ এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ[[বৰ্ণমালা]]ৰ ক্ৰমত শৃংখলিত কৰা হয়।<ref name="DOLencyclopedia">{{Cite book|title=Dictionary of Lexicography|url=https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia}}</ref> কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ[[অভিধান]]তকৈ অধিক থাকে।<ref name="DOLencyclopedia" /> অভিধানৰ বিপৰীতে বিশ্বকোষত ভাষিক গুণাগুণ যেনে শব্দোদ্ভৱ, বব্যাকৰণগতব্যাকৰণগত ব্যৱহাৰ আদি নাথাকে, বৰং সাধাৰণ তথ্য সমৃদ্ধ জ্ঞান প্ৰদান কৰা হয়। <ref name="bejoint">Béjoint, Henri (2000). [https://books.google.com/books?id=DJ8gwtomUpMC&lpg=PA30&dq=lexicography%20translated%20encyclopedia%20dictionary&pg=PA30 ''Modern Lexicography''], pp. 30–31. Oxford University Press. {{ISBN|0-19-829951-6}}</ref><ref name="EB">{{Cite web|url=http://www.britannica.com/EBchecked/topic/186603/encyclopaedia|title=Encyclopaedia}}</ref><ref name="DOLei">{{Cite book|title=Dictionary of Lexicography|url=https://books.google.com/?id=49NZ12icE-QC&pg=PA49&dq=%22encyclopedic+dictionary%22%2Bencyclopedia&q=%22encyclopedic%20dictionary%22%2Bencyclopedia}}</ref><ref name="OHEL22">{{Cite book|title=The Oxford History of English Lexicography, Volume I|url=https://books.google.com/?id=nhnVF9Or_wMC&printsec=frontcover&q}}</ref>
 
==বিশ্বকোষৰ ইতিহাস==
প্ৰায় দুহাজাৰ বৰ্ষৰপৰা বিশ্বকোষ অস্তিত্বত আছে। [[পলিনি ডদ্যদ্য এল্ডাৰৰএল্ডাৰ]]ৰ প্ৰথম শতিকাৰ নেচুৰেলিচ হিষ্টৰিয়া এক প্ৰাচীন বিশ্বকোষ যি [[ৰোমান সাম্ৰাজ্য|ৰ'ম সাম্ৰাজ্যতসাম্ৰাজ্য]]ত লিখা হৈছিল। এটিম'লজিয়ে মধ্যযুগৰ প্ৰথম বিশ্বকোষ বুলি গণ্য কৰা হয় যিৰাইচযি ৰাইচ'দ'ৰ অৱ চেভাইলৰ সৃষ্টি।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/বিশ্বকোষ"ৰ পৰা অনা হৈছে