হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
23 নং শাৰী:
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
হেমা মালিনীৰ জন্ম হৈছিল এটা [[তামিল]] পৰিয়ালত। তেওঁৰ পিতৃ আছিল ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃ জয়া লক্ষ্মী চক্ৰৱৰ্তী পেছাত আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।
অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল ''তুম হাচীন ম্যে জৱান (১৯৭০)<ref>{{cite web|url=http://highlightsindia.com/hema-malini-biography-career-awards-net-worth/|title=Hema Malini-Biography, Career, Awards and Net Worth|date=20 May 2017|publisher=}}</ref>, আৰু ইয়াৰ পাছতেই দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ আৰম্ভণি হয়। অভিনেতা ধৰ্মেন্দ্ৰ ইতিমধ্যে এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দুটি সন্তানৰ পিতৃ আছিল। তথাপি প্ৰথম ধৰ্মেন্দ্ৰৰ সৈতে একেলগে অভিনয় কৰা প্ৰথমখন ছবিৰ মুক্তিৰ প্ৰায় ১০ বছৰ পাছত অৰ্থাৎ ১৯৮০ চনত তেওঁ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।হয়<ref name="dnaindia">{{cite news|title=From Hema Malini-Dharmendra, Rekha-Vinod Mehra to Aamir Khan-Reena: Bollywood's most controversial and secret marriages|url=http://www.dnaindia.com/entertainment/report-from-hema-malini-dharmendra-rekha-vinod-mehra-to-aamir-khan-reena-bollywoods-most-controversial-and-secret-marriages-1944902|accessdate=18 June 2016|publisher=[[Daily News and Analysis]]|date=3 January 2014}}</ref>। তেওঁঁলোকৰ দুটি সন্তান ক্ৰমে ইষা দেউল (জন্ম ১৯৮১) আৰু আহানা দেউল (জন্ম ১৯৮৫)। ইষা দেউল বলীউদৰ এগৰাকী অভিনেত্ৰী আৰু আহানা সহকাৰী পৰিচালক।
 
==অভিনয় জীৱন==