শ্ববে বৰাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
16 নং শাৰী:
 
ইছলামৰ চালাফি সম্প্ৰদায়ৰ লোকসকলে শ্ববে বৰাতক মান্যতা প্ৰদান নকৰে।<ref name="ref59paxol">{{Citation | title=Ibn Taimīya's struggle against popular religion: with an annotated translation of his Kitāb iqtiḍāʾ aṣ-ṣirāṭ al-mustaquīm mukhālafat aṣḥāb al-jaḥīm | author=Muhammad Umar Memon, Aḥmad ibn ʻAbd al-Ḥalīm Ibn Taymīyah | publisher=Mouton, 1976 | isbn=978-90-279-7591-1 | url=https://books.google.com/books?id=TTMKAQAAIAAJ | quote=''... among the Salaf as well as those among the khalaf, however, reject any excellence for the night in question and challenge the authenticity ... Marking mid-Sha'ban by fasting is without foundation, nay marking it is disapproved of. Likewise, celebrating it by preparing ...''}}</ref>
==নামৰ উৎপত্তি==
শ্ববে বৰাতৰ আভিধানিক অর্থ অনুসন্ধান। ''শ্বব'' ফাৰ্চী শব্দ আৰু ইয়াৰ অর্থ ৰাতি বা ৰজনী। বৰাত শব্দটিও মূলতঃ ফাৰ্চী আৰু ইয়াৰ অর্থ ভাগ্য। দুই শব্দৰ একত্ৰিকৰণৰ অর্থ ভাগ্য-ৰজনী। এই দিন বিশ্বৰ ভিন ভিন ঠাইত ভিন ভিন নামেৰে জনাজাত। ইয়াক মূলতঃ দুই ভাগত ভাগ কৰিব পাৰি:
 
* মধ্য শ্বাবান: ই হিজৰী কেলেণ্ডাৰৰ অষ্টম মাহ শ্বাবানৰ নামৰ পৰা আহিছে।
** নিছফ্ শ্বাবান ({{lang-ar|نصف شعبان}}),
**নিছফু শ্বাবান ({{lang-ms|نصف شعبان}})
** নিম শ্বাবান ({{lang-fa|{{nq|نيم شعبان}}}})
* বৰাতৰ নিশা: ''বৰাত'' আৰবী ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হৈছে মুক্তি।
** লায়লাট আল-বাৰাত ({{lang-ar|ليلة البراءة}})
** বেৰাত কান্দিলি ({{lang-tr|Berâet Kandili}})
** শ্বব এ বাৰাত ({{lang-ur|{{nq|شبِ برات}}}})
** শ্ববা এ বৰাত ({{lang-bn|শবে বরাত}})
==তথ্য উৎস==
{{reflist}}
 
== বাহ্যিক সংযোগ==
* [https://www.aairahahmed.com/2019/04/shab-e-barat.html শ্ববে বৰাত]