১৭ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ViśvakoṣaSampādaka (আলোচনা)-ই কৰা 196004 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
1 নং শাৰী:
১৭ ফেব্ৰুৱাৰী (ইংৰাজী: 17 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৮তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৭ টা দিন (অধিবৰ্ষত ৩১৮ দিন) বাকী থাকে৷
 
== উল্লেখযোগ্য ঘটনা ==
 
 
== জন্ম ==
* ১৯৮৪ – [[আব্ৰাহাম বেঞ্জামিন ডে ভিলিয়াৰ্ছ]], দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ।
* ১৯৯১ – [[এড শ্বীৰন]], ইংৰাজী গায়ক, গীতিকাৰ, গীতাৰবাদক আৰু প্ৰযোজক।
 
== মৃত্যু ==
* ৩৬৫ – জভিয়ান, ৰোমান সম্ৰাট।
 
== দিৱস ==
* [[শিৱাজী জয়ন্তী]], ([[মহাৰাষ্ট্ৰ]], [[ভাৰত]])
 
 
[[শ্ৰেণী:ফেব্ৰুৱাৰী]]