ফ'নন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 38 interwiki links, now provided by Wikidata on d:q186608 (translate me)
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[চিত্ৰ:1D normal modes.gif|right|275px|thumb|সাধাৰণ অবস্থাত স্ফটিকৰ মাজেৰে অনুকম্পনৰ হ্ৰাস-বৃদ্ধি]]
'''ফ'নন'''({{Lang-en|[[:en:Phonon|Phonon]]}}) হৈছে [[শব্দ-তৰঙ্গ]]-তৰঙ্গৰ [[শক্তি]]ৰ [[কোৱান্টা]]ৰ নাম। ইয়াৰ মান হৈছে <math>\,hf</math>, য'ত <math>\,h</math> হৈছে [[প্ল্যাংকৰপ্লাংকৰ ধ্ৰুবক]] (Planck's constant) আৰু <math>\,f</math> হৈছে এই শব্দ-তৰঙ্গৰ [[কম্পনাঙ্ক]]। ই এক আলোক কোৱান্টা [[ফ'টন]]'ৰ দৰে। [[তাপীয় তৰঙ্গ]]সমূহৰ (হ্ৰস্ব শব্দ-তৰঙ্গ) সহায়ত পদাৰ্থৰ পৰা [[ইলেকট্ৰন]] আৰু অন্যান্য [[মৌলিক কণিকা]] সমূহক বিক্ষিপ্ত কৰাৰ ক্ষেত্ৰত ফ'ননে ভূমিকা গ্ৰহণ কৰে।
 
 
"https://as.wikipedia.org/wiki/ফ%27নন"ৰ পৰা অনা হৈছে