৫ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2405:204:B189:9608:A19D:1A03:6859:B411 (আলোচনা)-ই কৰা 179490 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
==মৃত্যু==
# ১৯৬৪ চনৰ আজিৰ দিনটোতে বনফুলৰ কবি খ্যাত [[যতীন্দ্ৰনাথ দুৱৰা]] (যদু)ৰ দেহাৱসান ঘটে [[শিৱসাগৰ]]ৰ নিজ বাসভৱনত । তেখেত আছিল প্ৰথম অসমীয়া [[সাহিত্য একাডেমী বঁটা]] বিজয়ী ৷
# ১৯৬৪ চনৰ আজিৰ দিনটোতে লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডি লিট, বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ৰায়বাহাদুৰ ডঃ [[সূৰ্য কুমাৰসূৰ্যকুমাৰ ভূঞা]]ৰ (ভানুনন্দন) পৰলোক প্ৰাপ্তি ঘটে ।
# নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী এলব্ৰেষ্ট ক'ছেলৰ মৃত্যু হয় ১৯২৭ চনৰ আজিৰ দিনটোতে ।
 
"https://as.wikipedia.org/wiki/৫_জুলাই"ৰ পৰা অনা হৈছে