দূতী চান্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
54 নং শাৰী:
কমনৱেলথ গেমচত অংশ গ্ৰহণৰ শেষ পৰ্যায়ত ভাৰতীয় এথলেট ফেডাৰেশ্বনে ঘোষনা কৰে যে হাইপাৰেণ্ডোজেনিজমৰ কাৰণে দূতী মহিলা এথলেট হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নোৱাৰে। কিন্তু দূতীয়ে প্ৰতাৰণা বা ডোপিং কৰিছিল এনেধৰণৰ একো কোৱা হোৱা নাছিল। ভাৰত চৰকাৰে দূতীৰ কাষত থিয় হয় আৰু কোৰ্ট অভ আৰবিট্ৰেচন ফৰ স্পোৰ্টত আপিল কৰা হয়। শেষলৈ দূতী পুণৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ পায়।
 
==আন্তৰ্জাতিক প্ৰতিযোগিতা <ref name=IAAF>[https://www.iaaf.org/athletes/india/hima-das-319678 Hima Das]. IAAF. Retrieved 2018-07-13.</ref> ==
[[চিত্ৰ:Viktoriya Zyabkin and Olga Safronova and Dutee Chand in July 2017 taking bronze in Odisha.jpg|thumb|right|২০১৭ চনৰ এচিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লোৱা অৱস্থাত দুতী চান্দ]]
 
== আন্তৰ্জাতিক প্রতিযোগিতা <ref name=IAAF>[https://www.iaaf.org/athletes/india/hima-das-319678 Hima Das]. IAAF. Retrieved 2018-07-13.</ref> ==
{|class="wikitable"
|-
Line 85 ⟶ 83:
|}
==পুৰষ্কাৰ আৰু সন্মান==
* [[উৰিষ্যা]] চৰকাৰৰ পৰা ২০১৮ চনৰ এচিয়ান গেমচত ৰূপৰ পদক পোৱাৰ বাবে ৩ কোটি টকাৰ পুৰষ্কাৰ<ref>[https://timesofindia.indiatimes.com/sports/asian-games/cash-awards-by-state-governments-for-asian-games-medal-winners/articleshow/65620619.cms Cash awards by state governments for Asian Games medal winne | Asian Games 2018 News]. Times of India (31 August 2018). Retrieved on 2018-09-04.</ref>
 
==ব্যক্তিগত জীৱন==