পাউলিৰ নিষেধ নীতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
[[পৰমাণু|পৰমাণুৰ]] ইলেক্ট্ৰনৰ ক্ষেত্ৰত এই নীতি এইদৰে ক'ব পাৰি: কোনো এটা পৰমাণুত থকা দুটা ইলেক্ট্ৰনৰ চাৰিওটা [[কোৱাণ্টাম সংখ্যা]] ''n'' ([[মুখ্য কোৱাণ্টাম সংখ্যা]]), ''{{ell}}'' ([[এযিমুথেল কোৱাণ্টাম সংখ্যা]]), ''m<sub>{{ell}}</sub>'' ([[চুম্বকীয় কোৱাণ্টাম সংখ্যা]]) আৰু ''m<sub>s</sub>'' ([[স্পিন কোৱাণ্টাম সংখ্যা]]) কেতিয়াও একে হ'ব নোৱাৰে। ইয়াৰ অৰ্থ এয়ে যে যদি কোনো এটা পৰমাণুত থকা দুটা ইলেক্ট্ৰনৰ বাবে প্ৰথম তিনিটা কোৱাণ্টাম সংখ্যাৰ মান একে হয়, তেন্তে ইলেক্ট্ৰন দুটাৰ বাবে চতুৰ্থ কোৱাণ্টাম সংখ্যাটো নিঃসন্দেহে বেলেগ হ'ব। উদাহৰণস্বৰূপে যদি কোনো এটা পৰমাণুৰ দুটা ইলেক্ট্ৰনৰ বাবে ''n'' = 2, ''{{ell}}'' = 1 আৰু ''m<sub>{{ell}}</sub>'' = -1 হয়, তেন্তে ইলেক্ট্ৰন দুটাৰ এটাৰ বাবে ''m<sub>s</sub>'' = +1/2 আৰু আনটোৰ বাবে ''m<sub>s</sub>'' = -1/2 হ'ব। দুয়োটা ইলেক্ট্ৰনৰ বাবে ''m<sub>s</sub>'' ৰ মান একে হ'ব নোৱাৰে।<ref name="snghoshal">{{cite book | title=ATOMIC PHYSICS | publisher=S. CHAND | author=S. N. Ghoshal | year=2016 | isbn=978-81-219-1095-8}}</ref>
 
পাৰমাণৱিক বৰ্ণালীৰ অধ্যয়নৰ দ্বাৰা পাউলিয়ে নিষেধ নীতিৰ সম্ভেদ পাইছিল। এটা পৰমাণুৰ বিভিন্ন অৱস্থা এই পাৰমাণৱিক বৰ্ণালীৰ পৰাই নিৰ্ণয় কৰিব পাৰি।<ref name="abeiser">{{cite book | title=Concepts of Modern Physics, 7e (SIE) | publisher=Mc GrawMcGraw Hill Education (India)| author=Arthur Beiser; S. Mahajan, S. Rai Choudhury | year=2016 | isbn=978-93-5134-185-7}}</ref>
 
==তথ্য সংগ্ৰহ==