কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
''কৃত্ৰিম বুদ্ধিমত্তা''(Artificial Intelligence,সংক্ষিপ্ত প্ৰচলিত ৰূপ ''AI''') হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা ৷ মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয় ৷ <ref name="ক">{{cite web | url=http://www.britannica.com/technology/artificial-intelligence | title=artificial-intelligence | publisher=britannica | accessdate=17 July 2019 | author=Copeland,B.J.}}</ref>কৃত্রিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ,য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয় ৷দৈনন্দিন কামত আমি কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিয়েই আছোঁ । আমাৰ ম'বাইলত থকা ভার্চুয়েল ব্যক্তিগত সহকাৰী যেনে-'VOICEভয়চ SEARCH'চাৰ্চ,গুগল এছিছটেণ্ট,‘GOOGLEফেচ ASSISTANT’ডিটেকচন আদিবোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ ৷ <ref name="ব">{{cite web | url=http://as.vikaspedia.in/education/it-literacy/9959c39a49cd9f09bf9ae-9ac9c19a69cd9a79bf9ae9a49cd9a49be-9869f09c1-9ae9be9a89c19b99f0-9ad9f19bf9b79cd9af9a4#section-1 | title=কৃত্ৰিম বুদ্ধিমত্তা | publisher=বিকাডপেডিয়া | accessdate=17 July 2019 | author=বৰঠাকুৰ,দেৱাঞ্জন}}</ref> জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইট এমাজন আৰু বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইট নেটফ্লিক্সতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয় ৷ <ref>https://www.forbes.com/sites/robertadams/2017/01/10/10-powerful-examples-of-artificial-intelligence-in-use-today/#25c4bd1c420d</ref>
 
কৃত্ৰিম বুদ্ধিমত্তাক তিনিটা বিশেষ প্ৰণালীত সাধাৰণতে ভাগ কৰিব পাৰি ৷ বিশ্লেষণাত্মক(analytical), মানৱ-অনুপ্ৰেৰিত( human-inspired), আৰু মানৱকৃত কৃত্ৰিম বুদ্ধিমত্তা(humanized artificial intelligence) |