কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

33 নং শাৰী:

==ব্যৱহাৰিক দিশত প্ৰয়োগ==
বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ জগতত,দৈনন্দিন জীৱনত,ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰয়োগ ক্ৰমাৎ বাঢ়ি আহিছে ৷ তলত কেইটামান উদাহৰণ দিয়া হৈছে-

♦গুগল চাৰ্ছ ইঞ্জিনে ব্যৱহাৰ কৰা অনুমানজনিত সন্ধান(Predictive Search)

♦চাকৰি-সম্বন্ধীয় ৱেবচাইট লিংকড্ ইন

♦জিমেইলৰ কথোপকথনত ব্যৱহাৰ হোৱা স্মাৰ্ট ৰিপ্লাইবোৰ

♦গীত শুনা কিছুমান এপ্লিকেছন

♦ম'বাইল বেংকিং এপ্লিকেছন

♦গুগল মেপৰ দৰে যাত্ৰা-সহায়কবোৰ

♦উবৰৰ দৰে টেক্সি সেৱাবোৰ
<ref>http://medium.com/@the_manifest/16-examples-of-artificial-intelligence-ai-in-your-everyday-life-655b2e6a49de</ref>
♦এপ'ল ম'বাইলত থকা ব্যক্তিগত সহায়কাৰী ছীৰী(Siri)

♦এমাজন কোম্পানীয়ে নিৰ্মাণ কৰা ব্যক্তিগত সহায়কাৰী এলেক্সা

♦ই-কমাৰ্ছ ৱেবছাইট এমাজন

♦বোলছবি আৰু ধাৰাবাহিক চোৱা ৱেবচাইট নেটফ্লিক্স
<ref>http://www.forbes.com/sites/robertadams/2017/01/10/10-powerful-examples-of-artificial-intelligence-in-use-today/#7bcbef26420d</ref>
♦স্বাস্থ্যসম্বন্ধীয় সতৰ্কবাণী অথবা জাননী দিবলৈ ব্যৱহাৰ হোৱা পেজাৰ(Pager)
<ref>http://builtin.com/artificial-intelligence/examples-ai-in-industry
</ref>

==তথ্য-সূত্ৰ==