"বিজ্ঞান"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

62 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
পুৰণি কালত বিজ্ঞানক [[দৰ্শন]]ৰ লগত ৰিজোৱা হৈছিল । আধুনিক যুগৰ প্ৰথম ভাগত "বিজ্ঞান" আৰু "দৰ্শন" শব্দ দুটা [[ইংৰাজী ভাষা]]ত সলনাসলনিকৈও ব্যৱহাৰ হৈছিল । ১৭শ শতিকাৰ ফালে "প্ৰাকৃতিক দৰ্শন"ক (এতিয়াৰ "[[প্ৰাকৃতিক বিজ্ঞান]]") সাধাৰণ "দৰ্শন"ৰ পৰা পৃথক গণ্য কৰা হৈছিল <ref>Consider, for example, [[Isaac Newton]] (1687) ''[[Philosophiæ Naturalis Principia Mathematica]]''</ref><ref>{{cite web |title=Newton's Philosophy |author=Andrew Janiak |url=http://plato.stanford.edu/entries/newton-philosophy/ |publisher=Stanford Encyclopedia of Philosophy |quote=Fully understanding Newton means avoiding anachronistically substituting our conception of philosophy in the twenty-first century for what the early moderns called 'natural philosophy'. To be sure, the latter includes much that we now call 'science', and yet it clearly includes much else besides...Newton may have provided physics with its paradigm...Newton's scientific achievement was in part to have vanquished both Cartesian and Leibnizian physics; in the eighteenth century, and indeed much of the nineteenth, physics was largely a Newtonian enterprise. |date=13 October 2006 |accessdate=19 March 2011}}</ref>। কিন্তু "বিজ্ঞান"ক কোনো বিশেষ বিষয়ৰ নিৰ্ভৰযোগ্য জ্ঞান বুজাবলৈ বহল ভাৱত ব্যৱহাৰ কৰা হৈ থাকিল, যেনেকৈ ইয়াক আধুনিক [[পুথিভঁৰাল বিজ্ঞান]] বা [[ৰাজনৈতিক বিজ্ঞান]]ৰ দৰে শব্দত ব্যৱহাৰ কৰা হয় ।
 
আধুনিক যুগত বিজ্ঞানক "প্ৰায়েই ‍‍‘প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান’ বুলি বুজোৱা হয় আৰু সেইবাবে ই ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ পৰিঘটনা আৰু তাৰ নিয়মাৱলীৰ অধ্যয়ন সম্বন্ধীয় শাখাতহে সীমাবদ্ধ বুলি ক'ব পাৰি । সাধাৰণ ব্যৱহাৰত ইয়েই এতিয়া মূখ্য অৰ্থ ।" <ref>Oxford English Dictionary</ref> । "[[প্ৰকৃতিৰ নিয়ম]]" সংজ্ঞা দিবলৈ চেষ্টা কৰা [[কেপলাৰ]]ৰ সূত্ৰ, [[গেলেলিঅ']]ৰ সূত্ৰ, [[আইজাক নিউটন|আইজাক নিউটনৰ গতিসূত্ৰ]]"ৰ([[:en:Newton's laws of motion|Isaac Newton's law of motion]]) আদিৰ ফলতহে বিজ্ঞানৰ সংকীৰ্ণ ভাৱৰ বিকাশ ঘটে । এই সময়চোৱাত প্ৰাকৃতিক দৰ্শনক "প্ৰাকৃতিক বিজ্ঞান" বুলি কোৱাটো সুলভ হৈ পৰিল । ১৯শ শতিকা বাগৰি যোৱাৰ লগে লগে "বিজ্ঞান" শব্দটো প্ৰকৃতিৰ [[বৈজ্ঞানিক পদ্ধতি|শৃংখলাবদ্ধ অধ্যয়ন]] যেনে [[পদাৰ্থ বিজ্ঞান]], [[ৰসায়ন বিজ্ঞান]], [[ভূ-বিজ্ঞান]] আৰু [[জীৱ বিজ্ঞান]]ৰ লগত উক্ত হৈ পৰে । তাৰ পিছত ভাষাগত সমস্যা দূৰ কৰিবলৈ মানৱ চিন্তা আৰু সমাজৰ অধ্যয়নক [[সমাজ বিজ্ঞান]] বুলি নমাকৰণ কৰা হয় । তেনেদৰে [[প্ৰায়োগিক বিজ্ঞান]]ৰ দৰে আন আন অধ্যয়ন ক্ষেত্ৰকো "বিজ্ঞান"ৰ বহল অৰ্থাই সামৰি লৈছে ।<ref>[[Max Born]] (1949, 1965) [http://www.archive.org/stream/naturalphilosoph032159mbp/naturalphilosoph032159mbp_djvu.txt ''Natural Philosophy of Cause and Chance''] points out that all knowledge, including natural or social science, is also subjective. Page 162: "Thus it dawned upon me that fundamentally everything is subjective, everything without exception. That was a shock." See: [[intersubjective verifiability]].</ref>
 
== বিজ্ঞানৰ মূল ভাগ সমুহ ==
626

টা সম্পাদনা