দ্যা ছেণ্টিনেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
24 নং শাৰী:
}}
 
'''দ্যা ছেণ্টিনেল''' ({{lang-en|The Sentinel}}) এখন দৈনিক [[ইংৰাজী]] বাতৰি কাকত। ১৯৮৩ চনত [[গুৱাহাটী]]ত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় অাৰুআৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা অাৰুআৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত অাৰুআৰু জনপ্ৰিয়। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, [[ডিব্ৰুগড়]], [[শ্বিলং]] অাৰুআৰু [[ইটানগৰ]]ৰ পৰা একেসময়তে প্ৰকাশ পায়। ছেণ্টিনেল গোষ্ঠী [[উত্তৰ-পূব ভাৰত]]ৰ এক বৃ্হৎবৃহৎ সংবাদ গোষ্ঠী।
 
দ্যা ছেণ্টিনেল কাকতখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮৩ চনত গুৱাহাটীত অাৰুআৰু জ্যেষ্ঠ সাংবাদিক [[ধীৰেন্দ্ৰ নাথ বেজবৰুৱা]] অাছিলআছিল কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক।
 
==বাহ্যিক সংযোগ==