খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

33 নং শাৰী:
==কৰ্মজীৱন==
[[File:Khagen, Archana & Hiren.jpg|thumb|<center>বাওঁফালৰ পৰা ক্ৰমে খগেন মহন্ত, [[অৰ্চনা মহন্ত]] আৰু [[হীৰেণ ভট্টাচাৰ্য্য]]<center>]]
আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লয় আৰু ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। ১৯৭৬ চনৰ পিছত তেখেতে আকাশবাণীত কম্প'জাৰৰ চাকৰীত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত-মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ ডেপুটী ডাইৰেক্টৰ হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁ ফ্ৰী-লান্সাৰ হিচাপে নিজকে সংগীতৰ জগতত নিয়োগ কৰি ৰাখিছে। গুৱাহাটী আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতক শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। ইয়াৰোপৰি অকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাতকাৰসাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।<ref name=dainik></ref>
 
==ব্যক্তিগত জীৱন==