ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) →প্ৰেক্ষাপট: Reference edited with ProveIt |
Babulbaishya (আলোচনা | বৰঙণি) →প্ৰেক্ষাপট: Reference edited with ProveIt |
||
31 নং শাৰী:
==প্ৰেক্ষাপট==
ঊনৈশ শতিকাৰ শেহৰ পিনে যি অৰ্থনৈতিক সংকট আৰু অশান্ত অৱস্থাই বিৰাজ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সমবায় আন্দোলনে গা কৰি উঠিছিল। শিল্পবিপ্লৱে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জীৱিকাৰ উপায় কুটীৰশিল্প আৰু কষিখণ্ডত মোক্ষম আঘাত হানিছিল।<ref name="
১৯৫২ চনত প্ৰকাশিত হিতেশ ডেকাৰ প্ৰথম উপন্যাস “আজিৰ মানুহ”ত সমবায় আন্দোলনটোৱে মানুহৰ মনলৈ যি উৎসাহ আনিছিল, যি নতুন সপোন দেখুৱাইছিল, তাৰ প্ৰতিফলন ঘটিছে।
ওপজা সোণৰ মাটিৰ বিষয়-বস্তুও মূলতঃ সমবায় কেন্দ্ৰিক। ছবিখনৰ যোগেদি সমবায় আন্দোলনে কৃষিক্ষেত্ৰত আনিব পৰা সম্ভাৱনীয়তাৰ প্ৰতিফলন ঘটিছে।
|