ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
26 নং শাৰী:
| gross =
}}
'''ওপজা সোণৰ মাটি''' ({{Lang-en|Opaja Sonar Mati}}) ১৯৭২ চনত মুক্তি পোৱা [[:en: Cooperative movement in India|সমবায় আন্দোলনৰ]] ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল [[ব্ৰজেন বৰুৱাই।বৰুৱা]]ই। বৰুৱাই মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ''ওপজা সোণৰ মাটি।মাটি''। এই ছবিখনৰ শ্বুটিং হৈছিল [[লক্ষীমপুৰ জিলা|লক্ষীমপুৰ]]ত । কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখনৰ শ্বুটিং কৰি থকা অৱস্থাত তেখেতৰ মৃত্যু হয়। ছবিখন প্ৰযোজনা কৰিছিল মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটিডে, সঙ্গীত পৰিচালনা কৰিছিল [[ৰমেন বৰুৱা]]ই আৰু চিত্ৰগ্ৰহণ কৰিছিল [[নলীন দুৱৰা]]ই।<ref name="dff">{{Cite web |title=20th National Awards for Films |url=https://www.dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf |accessdate=10-10-2019}}</ref> ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি।<ref name="sare1">{{Cite journal |author=নয়ন প্ৰসাদ |year=June 2006 |title=লতাশিলৰ বিস্ময় |journal=অসমীয়া সা ৰে গা মা.}}</ref>
 
ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।<ref name="dff" />
50 নং শাৰী:
 
==গীত==
ছবিখনত তিনিটা গীত আছে। গীতকেইটা লিখিছে লিখিছে [[কেশৱ মহন্তই।মহন্ত]]ই।<ref name="bolchabi">{{Cite book |authors=Babul Das |year=1985 |title=অসমীয়া বোলছবিৰ গীতৰ সংকলন |pages=170-180 |publisher=Bani Mandir, Dibrugarh |accessdate=2019-10-10}}{{Cite book |authors=Babul Das |year=1985 |title=অসমীয়া বোলছবিৰ গীতৰ সংকলন |pages=170-180 |publisher=Bani Mandir, Dibrugarh |accessdate=2019-10-10}}</ref>
{| class="wikitable" width=70%
|-