অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
* ১৩ - ১৪ শতিকাৰ নটৰাজ মূৰ্তি : ইয়াক গুৱাহাটীৰ আমবাৰীত পোৱা গৈছিলে।
* ১৯ শতিকাৰ বুদ্ধ মূৰ্তি (কাগজৰ মণ্ড) : ইয়াক মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰ পোৱা গৈছিলে।
* ৯ - ১০১০ম শতিকাৰ কাঁহৰ ঘণ্টা : ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিলে।<br />
*৯ - ১১ শতিকাৰ ব্ৰঞ্জৰ মহিষামৰ্দিনী: ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিলে।
*৫ম শতিকাৰ নগাজাৰী খনিকৰগাঁৱ: ইয়াক গোলাঘাটৰ খনিকৰগাঁৱত পোৱা গৈছিলে।
*২য় বিশ্বযুদ্ধৰ জাপানিজ বোমা: ইয়াক ক'হিমাত পোৱা গৈছিলে।
*১৬ শতিকাৰ সৰ্পস্তম্ভ: ইয়াক শদিয়াত পোৱা গৈছিলে।
*১১ - ১২ শতিকাৰ বিষ্ণু মূৰ্তি : ইয়াক গুৱাহাটীৰ ওলুবাৰীত পোৱা গৈছিলে।
*শেষ মধ্যযুগৰ আদিবাসীৰ দুৰ্গা: ইয়াক মঙ্গলদৈত পোৱা গৈছিলে।
*২য় বিশ্বযুদ্ধৰ স্টেন গান:ইয়াক ক'হিমাত পোৱা গৈছিলে।<br />
==খোলাৰ সময়==
সংগ্ৰহালয়টোৰ সাধাৰণ জনতাৰ বাবে খোলা ৰখাৰ সময় এনে ধৰণৰ:<ref name=":0" />