শঙ্কৰ দয়াল শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
52 নং শাৰী:
'''শঙ্কৰ দয়াল শৰ্মা''' ({{Lang-en|Shankar Dayal Sharma}}) {{audio|Sds.ogg|pronunciation}} (১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম [[ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা|ৰাষ্ট্ৰপতি]] আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ. ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অঘিষ্ঠিত আছিল। তেখেতে ভূপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী ৯১৯৫২-১৯৫৬) আৰু কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।<ref name="today">{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}</ref>
 
==শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন==
==Education and early life==
==ৰাজনৈতিক দীক্ষা==
==Political initiation==
১৯৪০ত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰছতত অংশ কৰিছিল। জীৱনৰ বাকীচোৱা সময় তেখেতে এই দলটোৰ প্ৰতি অনুগত হৈ থাকিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত [[Bhopal State|ভুপালৰ]] নৱাবে ভূপাল প্ৰদেশ ভাৰতৰ লগত চামিল নহৈ এখন সুকীয়া ৰাজকীয় প্ৰদেশ হিচাপে থকাৰ মন কৰিলে, যাৰ বাবে প্ৰদেশখনৰ প্ৰজা নৱাবৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল। ১৯৪৮ৰ ডিচেম্বৰত শঙ্কৰ দয়াল শৰ্মাই এই বিদ্ৰোহৰ নেতৃত্ব দিলে; যাৰবাবে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। জনসভা অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা ভঙ্গ কৰা বাবে ২৩ জানুৱাৰী ১৯৪৯ত তেখেতক ৮ মাহৰ কাৰাদণ্ড বিহা হ'ল। পিছত ৰাইজৰ হেঁচাত সেও মানি নৱাবে তেখেতক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আৰু ভূপাল প্ৰদেশক [[ভাৰত|ভাৰত গণৰাজ্যত]] চামিল কৰাৰ চুক্তিত চহী কৰিলে।<ref name="SRBakshi_OPRalhan_2007">{{cite book | title = Madhya Pradesh Through the Ages | author = S. R. Bakshi and O. P. Ralhan | publisher = Sarup & Sons | year = 2007 | isbn = 978-81-7625-806-7 | page = 360 }}</ref> ১৯৫২ চনত তেখেত [[Bhopal State (1949–56)|ভূপাল প্ৰদেশৰ]] মুখ্যমন্ত্ৰী। তেখেতেই আছিল সেই সময়ৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ৰাজ্য পুনৰ্গঠন নোহোৱালৈ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিল। ১৯৫৬ত ভূপালকে ধৰি আৰু কেইখনমান ৰাজ্য লগলাগি মধ্যপ্ৰদেশ গঠন কৰা হয়। <ref name="mp">{{Cite web |title= मध्यप्रदेश का इतिहास "अतुल्य भारत का हृदय" |url=http://www.mp.gov.in/web/guest/home-history |accessdate=25-10-2019}}</ref>
==Active political life==
 
==Presidential election==
==সক্ৰিয় ৰাজনৈতিক জীৱন==
==ৰাষ্ট্ৰপতি নিৰ্বাচন==
==মৃত্যু==
জীৱনৰ শেষ পাঁচবছৰ শঙ্কৰ দয়াল শৰ্মাৰ শৰীৰ ৰোগ-ব্যাধিয়ে আগুৰি ধৰিছিল। ১৯৯৯ৰ ২৬ ডিচেম্বৰৰ দিনা গুৰুতৰ হাৰ্ট এটেক হোৱা বাবে তেখেতক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। ''কৰ্মভূমি''ত তেখেতৰ শৱ সৎকাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেখেতে প্ৰথম পত্নীৰ ফালৰ পৰা এজন পুত্ৰ সতীশ দয়াল শৰ্মা আৰু দ্বিতীয় পত্নী বিমলা শৰ্মাৰ ফালৰ পৰা আন এজন পুত্ৰ আশুতোষ দয়াল শৰ্মাক এৰি থৈ যায়। তেখেতৰ জীয়াৰী গীতাঞ্জলীক স্বামী কংগ্ৰেছ সাংসদ ললিত মাকেনৰ সৈতে ১৩ জুলাই, ১৯৮৫ত নতুনদিল্লীৰ কীৰ্তি নগৰৰ মাকেনৰ বাসভৱনত খালীস্তানী উগ্ৰপন্থী হৰিন্দৰ সিং, সুখদেৱ সিং আৰু ৰঞ্জিতসিং ওৰফে কুক্কিয়ে গুলিয়াই হত্যা কৰে।<ref name="today" />
 
==তথ্য উৎস==
==References==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
==External links==
{{Commons category}}
{{Wikiquote}}