প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
[[চিত্ৰ:AlfedPalmersmokestacks.jpg|right|thumb|220px|২য় বিশ্বযুদ্ধৰ সময়ৰ এটা কাৰখানাৰ পৰা নিৰ্গত বায়ু প্ৰদূষণ]]
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী [[পদাৰ্থ]] আমাৰ চৌপাশে থকা [[মাটি]], [[পানী]] আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা [[খনিজ পদাৰ্থ]], বেক্টেৰিয়া, [[কেঁচু]] আদি অনেক সৰু সৰু জীৱ, পানীত থকা [[অক্সিজেন]], [[হাইড্ৰ'জেন]] আৰু বায়ুত থকা [[অক্সিজেন]] [[কাৰ্বন-ডাই-অক্সাইড]] আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল '''প্ৰদূষণ''' বা পৰিৱেশ দূষিতকৰণ।
আমাৰ পৰিৱেশত থকা বায়ু,পানী আৰু মাটিত কিবা প্ৰকাৰে কতিকাৰক পদাথ্ মিহলি হলে প্ৰদুষনপ্ৰ
দূষণ হোৱা বুলি কোৱা হয়|
 
== প্রদূষণৰ বিভিন্ন প্রকাৰসমূহ ==
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে