হেনৰী ষ্টাডমেন কটন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
19 নং শাৰী:
'''ছাৰ হেনৰী জন ষ্টাডমেন কটন''', {{postnominals|country=GBR|size=100%|KCSI}} (১৩ ছেপ্টেম্বৰ ১৮৪৫ – ২২ অক্টোবৰ ১৯১৫<ref>{{cite web |url=http://www.leighrayment.com/commons/Ncommons3.htm |title=Historical list of MPs: constituencies beginning with "N", part 3 |work=Leigh Rayment's House of Commons pages |accessdate=8 January 2010}}</ref>) এগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ব্ৰিটিছ সাংসদ আৰু লেখক। তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। ইংলেণ্ডলৈ উভতি যোৱাৰ পিছত তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে। তেওঁ ১৯১০ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটিছ সংসদলৈ নটিংগাম পূব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
 
উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান [[কটন কলেজ]] তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০০১৯০১ চনত স্থাপন কৰিছিল।
 
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
১৮৪৫ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সীৰ কুম্বকনামত হেনৰী কটনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোচেফ জন কটন (১৮১৩-১৮৬৭) আৰু মাতৃ ছুজেন জেছি মিনচিন (১৮২৩-১৮৮৮)। তেওঁৰ পিতৃ-মাতৃ ভাৰতত জন্ম গ্ৰহণ কৰা ব্ৰিটিছ মূলৰ এংলো ইণ্ডিয়ান। ন্যায়াধীশ হেনৰী কটন আৰু আফ্ৰিকান অভিযাত্ৰী উইলিয়াম কটন অশ্বেল তেওঁৰ আজু ককা জোচেফ কটনৰ কাজিন আছিল।<ref>{{cite web|url=http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&secondpersonID=I7564&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |title=Relationship Calculator: Henry John Stedman Cotton relationship to Henry Cotton |work=Halhed genealogy &amp; family trees |accessdate=19 February 2011 |url-status=dead |archiveurl=https://web.archive.org/web/20111007181010/http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&secondpersonID=I7564&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |archivedate=7 October 2011 }}</ref><ref>{{cite web|url=http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&savedpersonID=I&secondpersonID=I2171&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |title=Relationship Calculator: Henry John Stedman Cotton relationship to William Cotton Oswell |work=Halhed genealogy &amp; family trees |accessdate=19 February 2011 |url-status=dead |archiveurl=https://web.archive.org/web/20111007181021/http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&savedpersonID=I&secondpersonID=I2171&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |archivedate=7 October 2011 }}</ref> খুড়া আজুককা ন্যায়াধীশ হেনৰী কটন তেওঁৰ গডফাদাৰ আছিল আৰু তেওঁৰ নামেৰে হেনৰী কটনৰ নামাকৰণ কৰা হৈছিল। ব্ৰিটিছ মেন অফ লেটাৰ্ছ জেমছ এছ কটন তেওঁৰ ভাতৃ।