অন্নপ্ৰাশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
{{Hinduism}}
'''অন্নপ্ৰাসন''' ({{lang-sa|अन्नप्राशन}}, {{IAST|Annaprāśana}}, {{lang-bn|অন্নপ্রাশন}}, হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্নখুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰ সমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাসনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।<ref name="Lochfeld">{{cite book|url=https://books.google.com/books?id=5kl0DYIjUPgC&printsec=frontcover&sa=X&ei=tHOoVOXCO42CPYvpgJAM&redir_esc=y#v=onepage&q=Annaprashana&f=false |title=The Illustrated Encyclopedia of Hinduism: A-M |first=James G. |last=Lochfeld |publisher=The Rosen Publishing Group |year=2002 |isbn=9780823931798 |pages=43–44}}</ref> সাধাৰণতে শিশুয়ে ছয়মাহৰলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহৰ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুৱাওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুৱাওৱাৰৰ আৰম্ভণিতে অন্নপ্ৰাসন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাসন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰ সমূহে ক্ৰমে গুৰুত্ব হেৰালেও অন্নপ্ৰাসন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।<ref name="Lochfeld" />
==নামৰ উৎপত্তি==
সংস্কৃত ভাষাৰ অন্নপ্ৰাসন শব্দটো অন্ন আৰু প্ৰাসন এই দুটা শব্দ মিলি সৃষ্টি হৈছে। অন্ন মানে খাদ্য বা সিজোৱা চাউল আৰু প্ৰাসন মানে খুৱাই দিয়া।<ref>spokensanskrit.org "Anna" http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=anna&direct=au&anz=100</ref><ref>spokensanskrit.org "Rice" http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=rice&direct=au&anz=100</ref><ref>spokensanskrit.org "Prasana" http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=prashanam&direct=au&anz=100</ref> এই অনুষ্ঠানক "প্ৰথম খাদ্য খুৱাইদিয়া"ৰ উৎসৱ হিচাপে পালন কৰা হয়।<ref>{{cite book|url=https://books.google.com/books?id=o35MI6rqK58C&pg=PT21&dq=annaprasanna+first+rice&sa=X&ei=OoeoVKS-GMitUavagrAL&redir_esc=y#v=onepage&q=annaprasanna%20first%20rice&f=false |title=Manu smṛti}}</ref><ref name="Lochfeld" />
==তথ্য উৎস==
{{reflist}}