আচৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
===='''জীৱ-জন্তুৰ আচৰণ'''====
চৰিত্ৰ-গঠন বিজ্ঞান হৈছে জীৱ-জন্তুৰ আচৰণৰ এক বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ অধ্যয়ন ৷ য'ত প্ৰাকৃতিক পৰিস্থিতিত দেখুউৱা আচৰণৰ ওপৰত আলোকপাত কৰা হয় ৷ আৰু আচৰণক এক বিৱৰ্তনীয় অভিযোজিত চৰিত্ৰ হিচাপে লক্ষ্য কৰা হয় ৷ <ref>{{cite dictionary |title= Definition of ethology |url= http://www.merriam-webster.com/dictionary/ethology |dictionary= Merriam-Webster |accessdate= 9 September 2016}}</ref> আচৰণবাদৰ পৰিভাষাই জীৱ-জন্তুৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ অধ্যয়ন আগবঢ়ায় য'ত বিৱৰ্তনীয় অভিযোজকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাকৈয়ে গৱেষণালব্ধ অনুষংগত প্ৰশিক্ষিত আচৰণগত সঁহাৰি অথবা উদ্দীপকৰ প্ৰতি দেখুউৱা পৰিমিত সঁহাৰিক নিৰ্দেশিত কৰা হয়৷ <ref>{{cite dictionary |title= Definition of behaviorism |url= http://www.merriam-webster.com/dictionary/behaviorism |dictionary= Merriam-Webster |accessdate= 9 September 2016}}<br />{{cite web |url= http://www.oxforddictionaries.com/definition/english/behaviourism |title= Behaviourism |publisher= Oxford Dictionaries |accessdate= 9 September 2016}}</ref>
==উপভোক্তাৰ আচৰণ==
[[উপভোক্তাৰ আচৰণ]]-এ এটা বস্তু অথবা সেৱাৰ প্ৰতি উপভোক্তাসকলে দেখুউৱা সঁহাৰি আৰু পৰ্যায়বোৰক বুজায়; <ref>{{Cite journal|last=Dowhan|first=David|date=June 1, 2013|title=Hitting Your Target|url=http://web.b.ebscohost.com/ehost/pdfviewer/pdfviewer?sid=f98b06cd-8924-4f6d-89f8-245bde9615f8%40sessionmgr198&vid=2&hid=124|journal=Marketing Insights|doi=|pmid=|access-date=2016-03-30}}{{Dead link|date=September 2018 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> (ডাউহান, ২০১৩)৷ ই ব্যৱহাৰ অথবা উপভোগৰ লগত জড়িত; আৰু পণ্য-দ্ৰব্য তথা সেৱাসমূহ ক্ৰয় অথবা উপভোগ কৰিবলৈ যাওঁতে উপভোক্তাই অতিক্ৰম কৰিবলগীয়া হোৱা পৰ্যায়কেইটাক ই চিহ্নিত কৰে,<ref name=":0">{{Cite journal|last=Szwacka-Mokrzycka|first=Joanna|date=2015|title=TRENDS IN CONSUMER BEHAVIOUR CHANGES. OVERVIEW OF CONCEPTS.|url=http://web.a.ebscohost.com/ehost/detail/detail?sid=83b2b7c5-d287-4702-8baf-b8b9d6665410%40sessionmgr4004&vid=0&hid=4112&bdata=JnNpdGU9ZWhvc3QtbGl2ZSZzY29wZT1zaXRl&preview=false#AN=112782281&db=bth|journal=Acta Scientiarum Polonorum. Oeconomia|doi=|pmid=|access-date=2016-03-30}}{{Dead link|date=September 2018 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> (ৱাকা-ঝাইকা,২০১৫)৷
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/আচৰণ"ৰ পৰা অনা হৈছে