প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
106.200.145.121 (আলোচনা)-ই কৰা 216281 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
1 নং শাৰী:
{{unreferenced}}{{পোখালি}}
'''[[
* ight[[চিত্ৰ:AlfedPalmersmokestacks.jpg|right|thumb|220px|['''[দ]]্বিতীয়দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ৰ এটা কাৰখানাৰ পৰা নিৰ্গত বায়ু প্ৰদূষণ]]
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্য hi ddhklfg ইকাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী [[পদাৰ্থ]] আমাৰ চৌপাশে থকা [[মাটি]], [[পানী]] আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা [[খনিজ পদাৰ্থ]], বেক্টেৰিয়া, [[কেঁচু]] আদি অনেক সৰু সৰু জীৱ, পানীত থকা [[অক্সিজেন]], [[হাইড্ৰ'জেন]] আৰু বায়ুত থকা [[অক্সিজেন]] [[কাৰ্বন-ডাই-অক্সাইড]] আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল '''প্ৰদূষণ''' বা পৰিৱেশ দূষিতকৰণ।
 
== প্ৰকাৰভেদ ==
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে